• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 7:52 am
আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। 

নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ২ আৰু ৭ মে’ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ৷ ১১মেত ঘোষণা কৰা হব এই নিৰ্বাচনৰ ফলাফল ৷

আজি ২মে’ত ১৪খন আৰু ৭মেত ১৩খন জিলাৰ পঞ্চায়তৰ ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য, ২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷

এইবাৰ ২১৯২০জন নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যৰ মাজৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচিত হ’ব ৷ এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।

প্ৰায় ৯০.৭১লাখ পুৰুষ,৮৯.৬৫লাখ মহিলা ভোটাৰে এই নিৰ্বাচনত ভোটদান কৰিব ৷

ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত এন ডি এৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ইয়াৰে ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খনত অগপ জয়ী হৈছে। সেইদৰে, এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি কোৱা হৈছে। 

দ্বিতীয় পৰ্যায়ত ৭ মে’ত ১৩ খন জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলা কেইখন হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, দৰং আৰু মৰিগাওঁ ।

এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৮০৩৬৬৮২ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯০৭১২৬৪ গৰাকী। মহিলা ভোটাৰৰ সংখ্যা ৮৯৬৫০১০ গৰাকী। আনহাতে, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

September 2, 2025 2:51 pm
গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

September 2, 2025 1:11 pm
GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

September 2, 2025 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

অসম-মেঘালয় সীমান্তত উন্নয়নৰ ভয়বহ ছবি: বাঁহৰ চাঙিত চিকিৎসালয়লৈ নিবলগীয়া হ’ল  গৰ্ভৱতী মহিলাক

September 2, 2025 2:51 pm
গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd