• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অকল ঋণ লৈ চৰকাৰ চলাই অভিলেখ গঢ়িলে : ডাঃ ভবেন চৌধুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 7:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ প্রক্রিয়া সমাপ্ত হৈছে। এই সময়তে ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে গণতন্ত্ৰ ৰক্ষাৰ মূল ভেটি শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে সকলোকে ওলাই আহি দ্বিতীয় পর্যায়তো একেদৰে ভোটদান কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনায়। কাৰণ গ্রামাঞ্চলৰ উন্নয়নেই ৰাজ্যৰ প্ৰগতিৰ মান নির্ণয় কৰে।

জাতিৰ পিতা মহাত্মা গান্ধীয়েও গাঁৱৰ ভগা পজাৰ দুখীয়া-নিচলাসকলৰ এশ-এবুৰি সমস্যাৰে জৰ্জৰিত আৰু অজ্ঞান আন্ধাৰত ডুব গৈ থকা গাঁওবাসীৰ সর্বাংগীন উন্নয়নৰ সপোন দেখিছিল যাৰ বাবে তেওঁ ৰচিছিল গ্রাম্য স্বৰাজ। এক প্রেছ বার্তাযোগে ডাঃ ভবেন চৌধুৰীয়ে অসমত এখন স্বচ্ছ, নিকা, স্বজন-তোষণহীন পঞ্চয়তীৰাজ ব্যৱস্থাৰ পোষকতা কৰি কয় যে ৰাজ্যখনৰ প্ৰায় আশী শতাংশ লোক বাস কৰ গাঁৱ এখনত চলি থকা দুর্নীতি, ভ্রষ্টাচাৰৰ বিৰুদ্ধে, জনবিৰোধী চৰকাৰৰখনৰ কাম কাজৰ বিৰুদ্ধে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়।

Apply Now

এইবাৰ নির্বাচনত বিজেপি দলে ভোটৰ ৰাইজক বিজেপিক ভোট নিদিলে সকলো চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন, য’ত বিজেপি দল পৰাজিত হয় সেই অঞ্চলটো সকলো চৰকাৰী সা-সুবিধা তথা উন্নয়নৰ পৰা বঞ্চিত হ’ব আদি বহু ভাবুকি দিয়া পৰিলক্ষিত হৈছে।

সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ভুৱা নির্বাচনী প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সকলোকে থিয় হ’বলৈ আহ্বান জনায় কয় যে বিজেপি চৰকাৰে প্ৰতিশ্রুতি অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে, আবেদন কৰা লাখপতি বাইদেউসকলে টকা নাপালে, গছপুলি ৰুই মহিলাসকলে ১০,০০০ টকাকৈ নাপালে, টোলগেটৰ সংখ্যা বঢ়োৱা চৰকাৰখনে অসমৰ বাট-পথৰ অৱস্থা উন্নত নকৰিলে, বিজেপি চৰকাৰে যোৱা ১০ বছৰত অসমৰ জ্বলন্ত সমস্যা যেনে- বানপানীৰ সমস্যা, অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা, ভয়াবহ নিৱনুৱা সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যা, গৰাহখহনীয়াৰ সমস্যা আদি কোনো সমস্যাৰ সমাধা কৰিবলৈ সক্ষম নহ’ল বুলি অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অকল ঋণ লৈ চৰকাৰ চলাই অভিলেখ গঢ়িলে বুলি ডাঃ চৌধুৰীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd