• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 8:59 am
438
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱা ৭  বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

নামনি ‎আৰু মধ্য অসমৰ মুঠ ১৩ খন জিলাত এই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে।

ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, ‎বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মেট্ৰ), হোজাই, নগাওঁ, মৰিগাওঁ আৰু ‎দৰঙত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ।

এই ১৩খন জিলাৰ মুঠ ১২,১৩০টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

জানিব পৰা মতে, পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৯১,৩১,১২৭ গৰাকী । ইয়াৰে ‎৪৬,৩০,৯২৪ গৰাকী পুৰুষ, ৪৪,৯৯,৯৫২ গৰাকী মহিলা, আৰু ২৫১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ‎।

উল্লেখ্য যে এই আজি অনুষ্ঠিত হোৱা এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত যদি ‎কোনো বিসংগতি বা অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে অহা ৯ মে’ত তেনে ভোট কেন্দ্ৰত পুনৰ ‎ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ‎

আজি বিয়লী ৪.৩০ বজাৰ লগে লগে ভোটগ্ৰহণ সামৰণি পৰিব।

Recent News

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

‘অপাৰেচন সিন্দুৰ’ৰ পুৱাই জন্ম এটি কন্যা সন্তানৰ; দম্পতিয়ে নৱজাতকৰ নাম ৰাখিলে ‘সিন্দুৰী’

‘অপাৰেচন সিন্দুৰ’ৰ পুৱাই জন্ম এটি কন্যা সন্তানৰ; দম্পতিয়ে নৱজাতকৰ নাম ৰাখিলে ‘সিন্দুৰী’

ভাৰতৰ ৰক্ষা কবচ ‘সুদৰ্শন চক্ৰ’! মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ

ভাৰতৰ ৰক্ষা কবচ ‘সুদৰ্শন চক্ৰ’! মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd