• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সামৰিক আৰু কূটনৈতিক যোগাযোগ মুকলি ৰাখিছে ভাৰতে! বিবৃতি প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 10:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অপাৰেচন সিন্দূৰ’ৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে মুকলি ৰাখিছে সামৰিক আৰু কূটনৈতিক যোগাযোগ। লগতে সীমান্ত, আকাশ আৰু সাগৰত কঠোৰ চোৰাংচোৱাগিৰিৰ পৰিকল্পনাৰ কথাও। ৭ মে’, ২০২৫ত ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ নৱটা সন্ত্ৰাসবাদী ঘাটিত নিখুঁত ক্ষেপণাস্ত্ৰ হামলা চলায়, যিটো ২২ এপ্ৰিলৰ পহলগাম হামলাৰ প্ৰতিশোধ আছিল। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মতে, পাকিস্তানৰ অসামৰিক ক্ষতিৰ দাবী মিছা অপপ্ৰচাৰ। ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা ৰাষ্ট্ৰসংঘত উত্থাপন কৰি যাব আৰু আমেৰিকা, ব্ৰিটেইন, ৰাছিয়াৰ দৰে দেশক অভিযানৰ বিষয়ে অৱগত কৰিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে ভাৰতে উত্তেজনা বৃদ্ধি কৰিব নিবিচাৰে, কিন্তু পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দাবী কৰিছে যে তেওঁলোকৰ সেনাই ভাৰতীয় জেটৰ যোগাযোগ বন্ধ  কৰিছে, কিন্তু ভাৰতে ইয়াক পৰস্পৰবিৰোধী বুলি খাৰিজ কৰিছে।

Apply Now

আন্তঃৰাষ্ট্ৰীয় নেতাসকলে শান্তিৰ আহ্বান জনাইছে। ড’নাল্ড ট্ৰাম্পে সংঘাতৰ দ্ৰুত সমাপ্তি কামনা কৰি বিবৃতি প্ৰকাশ কৰিছে। ব্ৰিটেইন, ৰাছিয়া, ফ্ৰান্সে সংযমৰ পোষকতা কৰিছে। ইফালে  চীনে অভিযানক দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে, কিন্তু ইজৰাইলে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰিছে। ভাৰতে শ্ৰীনগৰ বিমানঘাটি ধ্বংসৰ কৰাৰ দৰে, পাকিস্তানৰ মিছা দাবী খাৰিজ কৰিছে। শান্তিৰ পথত আলোচনাৰ দুৱাৰ মুকলি ৰাখি ভাৰতে চাইবাৰ নিৰাপত্তা শক্তিশালী কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd