• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

by
May 12, 2025 5:19 pm
51
VIEWS
Share on FacebookShare on Twitter

ভাৰত-পাকিস্তানৰ সংঘাতৰ উত্তেজনা কমি অহাৰ লগে লগে দেশৰ শ্বেয়াৰ বজাৰত উত্থান দেখিবলৈ পোৱা গৈছে। সোমবাৰে বজাৰ মুকলি হোৱাৰ পিছতে শ্বেয়াৰ বজাৰত উত্থান স্পষ্ট হৈ পৰে।  পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২০০০ পইণ্টৰো অধিক বৃদ্ধি পাইছে চেন্সেক্স। এই উত্থানে বিনিয়োগকাৰীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

পাকিস্তানৰ সৈতে সংঘাতৰ বাবে ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছিল। যদিও কোনেও ভবা নাছিল যে বজাৰ উত্থান এনেদৰে দেখিবলৈ পোৱা যাব সোমবাৰে বজাৰ মুকলি হোৱাৰ কিছু সময়ৰ ভিতৰতে চেন্সেক্স ১৮০০ পইণ্টতকৈ অধিক বৃদ্ধি পায়। সময় বাগৰি যোৱাৰ লগে লগে চেন্সেক্সৰ উত্থান অধিক তীব্ৰ হয়। চেন্সেক্সৰ বৰ্তমান ৮১,৯০০ পইণ্টৰ আশে-পাশে স্থিতি লাভ কৰিছে।

উল্লেখ্য যে সৰ্বাধিক বৃদ্ধি পোৱা শ্বেয়াৰৰ ভিতৰত আছে ইণ্ডিগো এভিয়েশন, শ্ৰীৰাম ফাইনেন্স, দ্য ইণ্ডিয়ান হোটেলছ, আদানী গ্ৰীণ, ৰিলায়েন্স পাৱাৰ, আদানী পা১ৰ, আৰু আদানী এণ্টাৰপ্ৰাইজ। এই শ্বেয়াৰসমূহৰ মূল্য ৬ৰ পৰা ১২ শতাংশ বৃদ্ধি পাইছে। আনহাতে, ইণ্ডিয়ান বেংক, বেংক অৱ ইণ্ডিয়া, হেলো, আৰু ছান ফাৰ্মাৰ দৰে শ্বেয়াৰৰ মূল্য ১ৰ পৰা ২ শতাংশ হ্ৰাস পাইছে।

বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় শ্বেয়াৰ বজাৰৰ এই উত্থানৰ পিছত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি আৰু আমেৰিকাৰ শুল্ক নীতিৰ ভূমিকা আছে। ইয়াৰ উপৰিও চীনৰ সৈতে আমেৰিকাৰ উন্নত বাণিজ্যিক সম্পৰ্কই এই ইতিবাচক পৰিৱেশ সৃষ্টি কৰিছে। তথাপি, এই বৃদ্ধিৰ মূল কাৰণ হৈছে ভাৰত-পাকিস্তানৰ সংঘাতৰ অৱসান। যুদ্ধৰ উত্তেজনা কমি অহাৰ পিছত শ্বেয়াৰ বজাৰে নতুন উচ্চতা স্পৰ্শ কৰিছে। সোমবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি পাইছে, যাৰ ফলত শ্বেয়াৰ বজাৰত বিনিয়োগ বৃদ্ধি পাইছে।

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd