• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 16, 2025 8:34 pm
172
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহে সেনা বিষয়া কৰ্ণেল ছোফিয়া কুʼৰেছীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যই সমগ্ৰ ভাৰতবাসীক কেৱলমাত্ৰ লজ্জিতেই নহ’য় , ক্ষোভিত ও কৰি তুলিছে।

বিজয় শ্বাহে সেনা বিষয়া গৰাকী সন্দৰ্ভত সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়া কাৰ্যত ন্যায়ালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি তৎকালীন ভাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও মধ্যপ্ৰদেশ আৰক্ষীক নিৰ্দেশনা দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

দেশৰ জনগণক লজ্জানত কৰা এই ঘটনাৰ নায়ক কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবীত আজি কংগ্ৰেছ দলৰ অন্যতম ভাতৃ সংগঠন নাগৰিক আৰু সামাজিক প্ৰসাৰ কংগ্ৰেছ, অসমৰ তৰফৰ পৰা গুৱাহাটীৰ দিশপুৰ থানাকে ধৰি অসমৰ কেইবাখনো জিলাত এজাৰ দাখিল কৰে।

এজাহাৰ দাখিল কৰি সাংবাদিকক সম্বোধন কৰি নাগৰিক আৰু সামাজিক প্ৰসাৰ কংগ্ৰেছ অসমৰ অধ্যক্ষ বন্দীপ দত্তই এই সমগ্ৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে – ভাৰতীয় সেনাৰ কোনো বিষয়াৰ প্ৰতি এই ধৰণৰ বক্তব্য দেশৰ সাৰ্বভৌমত্ব বিৰোধী। এই ধৰণৰ মন্তব্যই ভাৰতীয় সেনাৰ মনোবল হ্ৰাস কৰিব। তেওঁ লগতে কয়, যি সময়ত দেশৰ সকলো নাগৰিকে সেনাৰ লগত ঠিয় দিয়াৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধিত আত্ম নিয়োগ কৰিছে তেনে সময়ত বিজেপি দলৰ এজন কেবিনেট মন্ত্ৰীৰ মুখত এই ধৰণৰ বক্তব্য অতি নিন্দনীয়।

কংগ্ৰেছ দলে অতি শীঘ্ৰে বিজয় শ্বাহৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ দাবী জনায়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd