• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 3:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ বহুমহলীয়া অট্টালিকাত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আঠটি শিশু। তেলেংগানাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে মৃত লোকসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে।

ইপিনে, এই অগ্নিনিৰ্বাপক কাণ্ডত অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অভিযোগ কৰিছে যে জুই নিৰ্বাপনৰ বাবে অত্যাধুনিক সঁজুলিৰ অভাৱ আছিল। কিন্তু তেলেংগানাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে এই অভিযোগ খণ্ডন কৰি কি কি সঁজুলি ব্যৱহাৰ কৰা হৈছিল সেই কথা উল্লেখ কৰে।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি আৰ্থিক ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডীয়েও শোক প্রকাশ কৰি ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সাহায্যৰ নির্দেশ দিয়ে৷ ঘটনাস্থলীত উপস্থিত হয় তেলেংগানা চৰকাৰৰ মন্ত্ৰীকে ধৰি কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়া।

কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীও পুৱা তাত উপস্থিত হয়। সেই স্থানত থিয় হৈ তেওঁ কয়, “মই কাকো দোষ দিয়া নাই। হায়দৰাবাদ চহৰ দ্ৰুতগতিত সম্প্ৰসাৰণ হৈছে। আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, পৌৰসভা আৰু বিদ্যুৎ বিভাগকো শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অগ্নিনিৰ্বাপক বাহিনীৰ হাতত পৰ্যাপ্ত সা-সৰঞ্জাম নাই। ৰাজ্য চৰকাৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাবে অধিক ধন আবণ্টন দিব লাগে।”

মৃত্যুৰ তালিকা প্ৰকাশ কৰাৰ লগতে তেলেংগানাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে উন্নত অগ্নিনিৰ্বাপক বাহিনীৰ ৰবট আৰু ব্ৰণ্টো স্কাইলিফ্ট হাইড্ৰলিক প্লেটফৰ্ম ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰে। তাত আছিল ৭০ জন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী।

অগ্নিনিৰ্বাপক বাহিনীয়েও জনাইছে যে সমগ্ৰ জুই নিৰ্বাপন কৰিবলৈ ২ ঘণ্টা সময় লাগিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd