প্ৰশ্ন : ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ
প্ৰশ্ন : কোনখন নদীক “বিহাৰৰ দুখ” বুলি জনা যায়?
উত্তৰ : কোচি নদী
প্ৰশ্ন : কোন চনত ভাৰতে সংবিধান গৃহীত কৰিছিল?
উত্তৰ : ১৯৫০ চন
প্ৰশ্ন : পানীৰ ৰাসায়নিক সূত্ৰ কি?
উত্তৰ : H2O
প্ৰশ্ন : কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়?
উত্তৰ : মংগল গ্ৰহ
প্ৰশ্ন : ভাৰতীয় জাতীয় সংগীত কোনে লিখিছিল?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰশ্ন : ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিছে?
উত্তৰঃ ১২ৰ পৰা ৩৫ নং অনুচ্ছেদ
প্ৰশ্ন : জাপানৰ মুদ্ৰা কি?
উত্তৰ : য়েন
প্ৰশ্ন : পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে?
উত্তৰ : নাইট্ৰ’জেন
প্ৰশ্ন : “ভাৰতৰ লৌহ মানুহ” বুলি কাক জনা যায়?উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেল