• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 4:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে হাৰিয়ানাৰ অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী মুৰব্বী অধ্যাপক তথা আলী খান মাহমুদাবাদে অপাৰেচন সিন্দূৰ সম্পৰ্কীয় ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে গ্ৰেপ্তাৰ কাৰিছিল। অধ্যাপক গৰাকীয়ে তেওঁৰ  গ্ৰেপ্তাৰৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মতি প্ৰকাশ কৰিছে। জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ বি.আৰ.গাভাইৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উল্লেখ কৰি দ্ৰুত শুনানি গ্ৰহণৰ আবেদন জনাইছিল। আদালতে এই গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ২০২৫ চনৰ ২০ বা ২১ মে’ত শুনানিৰ দিন ধাৰ্য কৰিছে। অধ্যাপক গৰাকীক ২০২৫ চনৰ ১৮ মে’ত হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ মন্তব্যৰ বিৰুদ্ধে দুখন কৈ এফআইআৰ ৰুজু কৰিছিল আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে পোষ্টসমূহৰ প্ৰতি স্বতঃপ্ৰণোদিতভাৱে গুৰুত্ব দিয়াৰ পিছত এই বিষয়ে বিতৰ্কৰ সৃষ্টি হৈছিল।

মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ মূল কাৰণ হৈছে অপাৰেচন সিন্দূৰৰ সৈতে জড়িত তেওঁৰ ছ’চিয়েল মিডিয়া মন্তব্যই  জনসাধাৰণ তথা ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিজেপিৰ যুৱ শাখাৰ এজন সদস্যৰ অভিযোগৰ পিছত হাৰিয়ানা আৰক্ষীয়ে তেওঁক ২০২৫ চনৰ ২০ মে’লৈ জিম্মাত ৰাখিছে। মাহমুদাবাদৰ অধিবক্তাই যুক্তি আগবঢ়াইছে যে এই গ্ৰেপ্তাৰে তেওঁৰ মত প্ৰকাশৰ স্বাধীনতা হৰণ কৰিছে। অধ্যাপকৰ শৈক্ষিক মৰ্যাদা আৰু ভাৰতত মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে অগ্ৰাধিকাৰ প্ৰদান কৰিছে।

Apply Now

এই গোচৰে অপাৰেচন সিন্দূৰৰ দৰে ৰাষ্ট্ৰীয় অভিযানৰ সৈতে জড়িত বিষয়ত ছ’চিয়েল মিডিয়াৰ মাধ্যমে মত প্ৰকাশৰ সীমাৰ বিষয়ে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ বৈধতা পৰীক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰস্তুতি চলাই থকাৰ সময়ত অদালতে তেওঁৰ মত প্ৰকাশৰ অধিকাৰক সমৰ্থন কৰিব নে ৰাষ্ট্ৰৰ উদ্বেগক প্ৰাধান্য দিব সেই লৈ  সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। অদালাতৰ সিদ্ধান্তই ৰাজনৈতিকভাৱে উত্তেজিত পৰিস্থিতিত ছ’চিয়েল মিডিয়া পোষ্টৰ নিৰীক্ষণৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিব পাৰে, বিশেষকৈ যেতিয়া ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ৰ সৈতে জড়িত হৈ থাকে। আদালতৰ ৰায়ে মত প্ৰকাশৰ স্বাধীনতা আৰু জবাবদিহিতাৰ আলোচনাক নতুন দিশ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm
এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd