• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 20, 2025 7:20 pm
260
VIEWS
Share on FacebookShare on Twitter

বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ২ জনকৈ যুৱক। আন দুজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ফৰিদাবাদৰ ছেক্টৰ ৫৮ এলেকাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, স্থানীয় সঞ্জয় কলনীৰ বাসিন্দা মনোজ চৌহানক চাৰিজন বন্ধু – আতিন্দৰ, কাৰ্তিক, সন্দীপ আৰু ৰাহুলে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মনোজে এটা ফাৰ্ম হাউচত গা ধুই থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি চাৰিওজন বন্ধুৱে মনোজৰ ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই দিয়ে। তাৰ পাছত জোৰকৈ পানী এৰি দিয়ে। যাৰ বাবে মনোজ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে মনোজৰ ভাতৃ আনন্দ চৌহানৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাত ৫৮ নং ছেক্টৰ থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৭ মে’ৰ পুৱা চাৰিজন বন্ধুৱে মনোজক লৈ গৈছিল এটা ফাৰ্ম হাউচলৈ। ইয়াৰ পিছতে তেওঁক গুৰুতৰ অৱস্থাত ঘৰলৈ পঠিওৱা হয়।

ঘটনাৰ পিছতে সঞ্জয় কলনী অঞ্চলৰ বাসিন্দা অভিযুক্ত সন্দীপ আৰু ৰাহুল ওৰফে কাবুটাৰক গ্ৰেপ্তাৰ কৰা হয়। বাকী দুজন অভিযুক্ত আতিন্দৰ আৰু কাৰ্তিক বিচাৰি অভিযান আৰম্ভ হৈছে।জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁলোক মনোজৰ বন্ধু। ১৬ মে’ৰ নিশা তেওঁলোকে এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। পিছদিনা ডাম্পিং গ্ৰাউণ্ডৰ ওচৰৰ এটা ফাৰ্ম হাউচলৈ গৈছিল। ঘটনাৰ সময়ত সন্দীপে মনোজক ধৰি ৰাখিছিল। সেই সময়ত ৰাহুলে ছাবমাৰচিবলৰ পৰা পানীৰ পাইপ এটা মনোজৰ ব্যক্তিগত অংগত সুমুৱাই দিলে। পানীৰ প্ৰবল গতিৰ বাবে আভ্যন্তৰীণভাৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মনোজ। পিছত চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, বাকী দুজন অভিযুক্তৰ সন্ধানত তালাচী অব্যাহত আছে।

Recent News

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd