• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2025 10:17 am
65
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰিবলৈ ‘গোল্ডেন ড’ম’ নামৰ এক বিশাল ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ ঘোষণা কৰিছে। এই প্ৰকল্পৰ ব্যয় প্ৰায় ১৭৫ বিলিয়ন ডলাৰ, যাৰ বাবে ইতিমধ্যে ২৫ বিলিয়ন ডলাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। তিনি বছৰৰো কম সময় ভিতৰত এই ব্যৱস্থাৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ট্ৰাম্প প্ৰশাসনে আশা প্ৰকাশ কৰিছে। তেওঁ জনসাধাৰণক আশ্বাস দিছে যে এই ব্যৱস্থাই পৃথিৱীৰ যিকোনো স্থানৰ পৰা আনকি মহাকাশৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম হ’ব। ভাৰতৰ ‘আকাশ’ আৰু ইজৰাইলৰ ‘আইৰন ড’ম’ৰ তুলনাত এই প্ৰকল্পৰ ব্যয় বহু বেছি।

‘গোল্ডেন ড’ম’ৰ প্ৰেৰণা সম্ভৱতঃ ভাৰতৰ ‘আকাশ’ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰা আহিছে বহুজনে বুলি খুজে। যিয়ে পাকিস্তানৰ আক্ৰমণ, তুৰ্কীৰ ড্ৰোন, আৰু চীনৰ ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে সুৰক্ষা প্ৰদান কৰিছিল।  একেদৰে ইজৰাইলৰ ‘আইৰন ড’ম’ও বিশ্বব্যাপী প্ৰশংসিত, কিন্তু ভাৰতৰ এই কৃতিত্বই আমেৰিকাক নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰাৰ প্ৰেৰণা যোগাইছে বুলি ক’ব পাৰি। ট্ৰাম্পে ক্ষমতালৈ অহাৰ পৰাই উচ্চমানৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল, আৰু তেওঁৰ মতে এই কাম ইতিমধ্যে আৰম্ভ হৈছে।

প্ৰকাশিত তথ্য অনুসৰি ‘গোল্ডেন ড’ম’ৰ মূল উদ্দেশ্য হৈছে উপগ্ৰহ ভিত্তিক নেটৱৰ্কৰ জৰিয়তে ক্ষেপণাস্ত্ৰ ধৰা পেলোৱা আৰু অনুসৰণ কৰা। এই ব্যৱস্থাত বৃহৎ সংখ্যক উপগ্ৰহৰ ব্যৱহাৰ কৰা হ’ব, যি সম্পূৰ্ণৰূপে আমেৰিকাত নিৰ্মিত হ’ব। এই প্ৰকল্পই আমেৰিকাৰ সুৰক্ষাক নতুন উচ্চতালৈ লৈ যাব বুলি ট্ৰাম্প প্ৰশাসনৰ বিশ্বাস। তেওঁৰ মতে, এই ব্যৱস্থাই বেলিষ্টিক আৰু হাইপাৰছনিক ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে কাৰ্যকৰী সুৰক্ষা প্ৰদান কৰিব। এই প্ৰকল্পৰ বিশাল ব্যয়ৰ তুলনাত ভাৰতৰ ‘আকাশ’ আৰু ইজৰাইলৰ ‘আইৰন ড’ম’ৰ ব্যয় যথেষ্ট কম, কিন্তু ‘গোল্ডেন ড’ম’ৰ উচ্চাকাংক্ষী পৰিকল্পনাই আমেৰিকাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰাকাশ কৰিছে।

Recent News

২০০০ কোটি টকাৰ শিক্ষা পুঁজি বন্ধঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বিৰুদ্ধে গোচ ৰুজো কৰিলে তামিলনাডু চৰাকাৰে

২০০০ কোটি টকাৰ শিক্ষা পুঁজি বন্ধঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বিৰুদ্ধে গোচ ৰুজো কৰিলে তামিলনাডু চৰাকাৰে

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

‘গোল্ডেন ড’ম’ৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা আমেৰিকাৰ! প্ৰতিৰক্ষাৰ বাবে বিপুল ধনৰাশিৰ ঘোষণা

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd