• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 21, 2025 5:00 pm
195
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ বেলুচিস্তানৰ খুজদাৰ জিলাত বুধবাৰে পুৱা এখন স্কুল বাছত সংঘটিত আক্ৰমণত তিনি শিশুসহ ৫ জন লোক নিহত হোৱাৰ লগতে দুডজনৰো অধিক লোক আহত হয়।

খুজদাৰৰ উপ আয়ুক্ত ইয়াছিৰ ইকবাল দষ্টীয়ে জনোৱা মতে, পুৱাৰ ভাগত খুজদাৰ চহৰৰ জিৰ’ পইণ্টত এখন বাছে চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা স্কুললৈ শিশু কঢ়িয়াই নিয়াৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। তেওঁৰ মতে, বাছখন জিৰ’ পইণ্ট পোৱাৰ লগে লগে বাছখনৰ ওচৰতে বিস্ফোৰণ সংঘটিত হয়।

উপায়ুক্ত খুজদাৰৰ মতে, আহতসকলক  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে এই আক্ৰমণৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে।

খুজদাৰ থানাৰ এছএইচঅ’ই জনোৱা মতে, “লক্ষ্য কৰা বাছখনে খুজদাৰ কেণ্টৰ এখন বিদ্যালয়ৰ শিশু কঢ়িয়াই লৈ ফুৰিছিল।”

বিস্ফোৰণত বাছখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে বাছখনৰ ওচৰতে ৰখাই থোৱা এখন সৰু গাড়ীও ক্ষতিগ্ৰস্ত হয়। তেওঁ কয় যে যদিও এতিয়াও তদন্ত চলি আছে, তথাপিও দেখা গৈছে যে বিস্ফোৰকসমূহ একেখন সৰু বাহনতে আছিল।

তেওঁ কয় যে বিস্ফোৰকসমূহ ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা বিস্ফোৰণ কৰা হৈছে নে আত্মঘাতী বোমাৰু বিস্ফোৰণ কৰা হৈছে সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। আৰক্ষী বিষয়াৰ মতে, বাছখনত প্ৰায় ৪০টা শিশুৱে যাত্ৰা কৰি আছিল।

এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই যদিও ইয়াক বেলুচ উগ্ৰপন্থীৰ সৈতে জড়িত কৰা হৈছে। পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দি শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰে।তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ীসকল কোনো ধৰণৰ দয়াৰ যোগ্য নহয়। তেওঁ কয় যে উগ্ৰপন্থীয়ে “নিৰীহ শিশুক লক্ষ্য কৰি বৰ্বৰতা” সংঘটিত কৰিছে।

Recent News

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মোৰ লগতে নিজৰ অতীত কাৰ্য্যকলাপৰ তদন্তৰ বাবেও অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এছআইটি গঠন কৰক মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd