• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 5:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক পৰিকল্পিত মায়াজাল। সুন্দৰীৰ আছে এক মায়াসনা কাহিনী। অবিবাহিত ডেকাসকল সহজেই জালত পৰে। প্ৰেমত মজি জালত পৰা বুলি গম পোৱাৰ লগে লগে যুৱতীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু বিয়াৰ পিছতে পলায়ন!

অৱশ্যে খালী হাতেৰে নহয়। গহনা আৰু টকা লুট কৰি শহুৰেকৰ ঘৰৰ পৰা বাৰে বাৰে পলায়ন কৰি আহিছিল অনুৰাধা পাছৱানে। এইবাৰ সামান্য ভুল হ’ল। সেইবাবেই ধৰা পৰিল। যুৱতীগৰাকীয়ে এনেদৰে ২৫খন বিয়াৰ পৰা লাখ লাখ টকা আৰু গহনা লুট কৰাৰ অভিযোগ উঠিছে। ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ‘চুৰুণী কইনা’ক।

Apply Now

কেৱল এই ‘মায়াৰাণীয়ে’ই নহয়, দলত আছে আৰু লোক৷ অভিযান চলোৱাটো কঠিন। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱতীগৰাকীৰ প্ৰকৃত নাম অনুৰাধা পাছৱান। অৱশ্যে প্ৰৱঞ্চনাৰ সুবিধাৰ বাবে তেওঁ বেলেগ নাম আৰু স্থানত ঘৰ ভাড়াত লৈছিল। তাই দুখীয়া কইনাৰ অভিনয় কৰি স্থানীয় যুৱক-যুৱতীক ছলনা কৰি নিজৰ জালত পেলাইছিল।

অনুৰাধাৰ মানুহে বিয়াৰ প্ৰস্তাৱটো ডেকাজনৰ পৰিয়াললৈ লৈ যায়। কইনাৰ অসহায় জীৱনৰ কাহিনী কয়। বেছিভাগ ক্ষেত্ৰতে তেনে কৰিলে দৰাপক্ষৰ অন্তৰ গলি যায়। বিয়াখনো ঠিকেই হৈ যায়। অনুৰাধাৰ দলৰ সদস্যসকলে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে দুই লাখ টকা লয়।

প্ৰতাৰণা ইয়াতেই শেষ নহয়। বিয়াৰ পিছত অনুৰাধা পৰিকল্পনা অনুসৰি কিছুদিন শহুৰেকৰ ঘৰত থাকে। ঘৰৰ মানুহবোৰক তেওঁৰ ভাল আচৰণৰে মোহত পৰিবলৈ বাধ্য কৰাইছিল। সকলোৰে আস্থা লাভ কৰাৰ পিছত এদিন খাদ্য বা পানীয়ৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই শহুৰেকৰ ঘৰৰ সদস্যসকলক খুৱাই দিয়ে। তাৰপিছত নগদ ধন-গহনা চুৰি কৰি পলাই যায়।

এইবাৰো অনুৰাধাই একেদৰেই এটা পৰিয়ালক জালত পেলালে। যোৱা ২০ এপ্ৰিলত ‘চুৰুণী কইনা’গৰাকীয়ে সাৱাই মাধোপুৰৰ নিবাসী বিষ্ণু শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বিষ্ণুৰ পৰিয়ালে জনৈক পাপ্পু মীনাক দুইলাখ টকা দিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বিয়াৰ দুসপ্তাহৰ ভিতৰতে অনুৰাধাই ডেৰ লাখ টকাৰ গহনা, নগদ ৩০ হাজাৰ টকা আৰু এটা মোবাইল লৈ পলায়ন কৰে। সমস্যাটো হ’ল বিষ্ণু আন প্ৰতাৰিত মানুহৰ দৰে কেৱল হতাশ হৈয়ে ক্ষান্ত নাছিল। তেওঁ ততালিকে থানাত গৈ এজাহাৰ দাখিল কৰে। তদন্তৰ অন্তত অনুৰাধাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকী গেংটোৰ সন্ধান চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd