• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক প্ৰসংগত কেবিনেট বৈঠকৰ বাবে স্মাৰক পত্ৰই প্ৰস্তুত কৰা নাছিল অগপই : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2018 9:59 pm
Atul bora assam minister agp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সৰ্বাধিক চৰ্চিত নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill ) বিষয়টো অসম চৰকাৰৰ যোৱা ২ জুনৰ কেবিনেট বৈঠকত আলোচনাৰ বাবে অগপই কেবিনেট স্মাৰক পত্ৰই প্ৰস্তুত কৰা নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে।

‘কেবিনেটত প্ৰস্তাৱ উত্থাপন কৰিবৰ বাবে কেবিনেট স্মাৰক পত্ৰ প্ৰস্তুত কৰিব লাগে আৰু পদ্ধতিগতভাৱে বিষয়টো উত্থাপন হ’ব লাগে’ বুলি উল্লেখ কৰি গগৈয়ে আজি ৩ জুনত দাবী কৰে যে অগপই কেবিনেট স্মাৰক পত্ৰই তৈয়াৰ কৰা নাছিল।

Apply Now

উল্লেখযোগ্য যে ২ জুনৰ কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই সাংবাদিকক পৃথকে পৃথকে ‘cabinet memorandum’, ‘agenda’, ‘প্ৰক্ৰিয়া’ আদি শব্দযুক্ত কিছু কথা কৈছিল।

অখিল গগৈয়ে অভিযোগ কৰে ‘অসমীয়াৰ আৱেগ ধৰি ৰাখিবৰ বাবে অগপই গোকাট মিছাৰ আশ্ৰয় লৈছে।’

গগৈয়ে লগতে কয় যে ‘ৰাজনৈতিক দলবিলাকৰ ৰাজনীতি থাকেই। কিন্তু জাতিৰ সংকটৰ সময়ত অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে যি ৰাজনীতি কৰিছে, সেয়াই অসমীয়া জাতিটোক শংকিত কৰি তুলিছে।’

‘অগপৰ তিনিগৰাকী মন্ত্ৰীৰ যদি কেবিনেটতে গুৰুত্ব নাই, তেন্তে তেওঁলোকে অসমৰ অস্তিত্ব ৰক্ষা কৰিব কেনেকৈ?’ অখিলৰ প্ৰশ্ন।

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সংবাদমেলযোগে জনাইছিল যে কেবিনেটত তেওঁলোকে উত্থাপন কৰা প্ৰস্তাৱটো আলোচনাৰ অনুমতি দিয়া নহ’ল। অখিল গগৈয়ে কয় ‘যদি সেইটোৱেই হয়, তেন্তে এটা কথা স্পষ্ট  অসম গণ পৰিষদৰ কেবিনেটৰ ভিতৰত অস্তিত্ব বিশেষ নাই।’

https://www.facebook.com/nenowassam/videos/182444899131871/

কৰ্ণাটক, পশ্চিমবংগ আৰু বিহাৰত আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধি পোৱাৰ দিশলৈ আঙুলিয়াই অখিলে কয় যে এনে সময়ত অগপই ঐতিহাসিক সুযোগ লাভ কৰিছে।

অগপই ‘অসমৰ ৰাইজক আভুৱা ভাঁৰি থাকিবনে নে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিব?’ বুলি অখিল গগৈয়ে আজিৰ সংবাদমেলতে পোনপতীয়াকৈ প্ৰশ্ন কৰে।

অগপ মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত ল’লে তেওঁলোকক কৃষক মুক্তিয়ে মুকলি সমৰ্থন জনাব বুলিও অখিলে ঘোষণা কৰে।

আনহাতে ‘বিজেপিৰ ৰাজেন গোহাঁই, প্ৰশান্ত ফুকন আৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে ধমক দিয়া’ বুলি উল্লেখ কৰি গগৈয়ে কয় যে ‘বিজেপি দলে সমগ্ৰ অসমীয়া জাতিটো ধ্বংস কৰিবলৈ যোৱাৰ পাছতো যদি মিত্ৰজোঁটৰ পৰা ওলাই নাহে, তেন্তে অসম গণ পৰিষদে ইতিহাসৰ চুৱাপাতনিত ঠাই পাব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd