• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 12:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে ব্যৰ্থ হয় ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ অভিযান। পিএছএলভি-চি৬১ ৰকেটখন উঠাৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। উৎক্ষেপণৰ ২০৩ ছেকেণ্ডৰ পাছত তৃতীয় পৰ্যায়ত সমস্যাৰ সৃষ্টি হোৱাৰ পাছত মিছনটো বাতিল কৰা হয়। এতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই বিফলতাৰ মূল কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও আপাততঃ পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হৈছে। জুন মাহত ইছৰোৰ অভিযানৰ বাবে বেলেগ ৰকেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

যোৱা দেওবাৰে এই অভিযান বিফল হোৱাৰ পাছত ইছৰোৰ মুৰব্বী ভি নাৰায়ণে লাইভ ষ্ট্ৰিমত আহি সমগ্ৰ বিষয়টো বুজাই দিয়ে। তেওঁ কয় যে আজি ১০১ নং অভিযান আৰম্ভ কৰা হৈছে। দ্বিতীয় পৰ্যায়লৈকে পিএছএলভি-চি৬১ স্বাভাৱিক আছিল। কিন্তু তৃতীয় পৰ্যায়ত বিশেষ পৰ্যবেক্ষণৰ পিছত এই অভিযান বাতিল কৰা হয়।’

Apply Now

উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা জানুৱাৰীত ১০০ সংখ্যক উৎক্ষেপণেৰে এক নজিৰ গঢ়ি তুলিছিল। ৪৬ বছৰ পূৰ্বে শ্ৰীহৰিকোটাৰ পৰা প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। কিন্তু ১০১ নং মিছন বিফল হোৱাৰ বাবে ইছৰোৱে কেইবছৰমানৰ পিছত বিফলতাৰ সোৱাদ ল’লে। আৰু সেইটোৱেই মহাকাশ সংস্থাটোক চিন্তিত কৰি তুলিছে। ইতিমধ্যে পিএছএলভিৰ প্ৰতিটো দিশৰ ওপৰত তদন্ত কৰিবলৈ কেইবাখনো আভ্যন্তৰীণ সমিতি গঠন কৰা হৈছে। মন কৰিবলগীয়া যে এই ৰকেটটো অতি নিৰ্ভৰযোগ্য বুলি জনা যায়। ইয়াৰ নিৰ্ভৰযোগ্যতা ৯৪% তকৈ অধিক আৰু ৬৩টা লঞ্চত মাত্ৰ চাৰিটা বিফলতা হৈছে – যিটো ঈৰ্ষণীয় ট্ৰেক ৰেকৰ্ড।

ইছৰোৰ সূত্ৰই সৰ্বভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে, পিএছএলভিৰ ব্যৱহাৰ স্থগিত ৰখাটো সাময়িক। অৱশ্যে তদন্ত সমিতিসমূহে প্ৰতিবেদন দাখিল কৰাৰ পিছতহে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। যদিহে কোনো ডাঙৰ সমস্যা ধৰা পৰে তেন্তেহে ভৱিষ্যতে মুকলি কৰাৰ বাবে ইয়াক নিশ্চিতভাৱে বাতিল কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd