• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চীন-আমেৰিকা শুল্ক যুদ্ধত ভাৰতৰ জয়! বিশ্বজুৰি ব্যৱসায় সম্প্ৰসাৰণ ভাৰতীয় ফাৰ্মা কোম্পানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 8:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধত ভাৰতো জড়িত হৈ আছে। ভাৰতীয় ঔষধ কোম্পানীসমূহে বেইজিংক অতিক্ৰম কৰি বিশ্বব্যাপী বাণিজ্য সম্প্ৰসাৰণৰ পথত অগ্ৰহৰ হৈছে। ভাৰতীয় কেইবাটাও কোম্পানীয়ে বিদেশী কোম্পানীৰ সহযোগত ঔষধ প্ৰস্তুত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এনে পৰিস্থিতত চীনা বজাৰত ঔষধ ৰপ্তানিৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে।

ইকনমিক টাইমছে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি চুভেন ফাৰ্মাচিউটিকেলছ, জিংজিং ইণ্টাৰনেশ্যনেল, অৰিজিন ফাৰ্মাচিউটিকেলছৰ দৰে ভাৰতীয় কোম্পানীয়ে আমেৰিকা আৰু ইউৰোপীয় দেশসমূহত নিজৰ ব্যৱসায় ব্যাপকভাৱে সম্প্ৰসাৰণৰ দিশত আগবাঢ়িছে। চীনৰ ওপৰত পশ্চিমীয়া দেশসমূহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ আধিপত্য বৃদ্ধি কৰাৰ লক্ষ্যৰে এই দিশত অগ্ৰসৰ হৈছে।

Apply Now

জানিব পৰা মতে ভাৰতীয় কোম্পানী সুভেনে আমেৰিকাৰ এন জে বায়’ ইনক নামৰ এটা ঔষধ কোম্পানীত বৃহৎ অংশীদাৰিত্ব ক্ৰয় কৰিছে। গৱেষণাৰ উপৰিও কোম্পানীটোৱে কেন্সাৰ চিকিৎসাৰ বাবে ঔষধ প্ৰস্তুত কৰে। ভাৰতীয় কোম্পানীটোৱে এই বিদেশী কোম্পানীটোত ৬৫ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে বুলি জানিব পৰা গৈছে।

তেওঁলোকে আমেৰিকাৰ বাল্টিমোৰত অৱস্থিত ইমাৰ্জেণ্ট বায়’ ছলিউচনছ নামৰ এটা কোম্পানীক ৩৬.৫ মিলিয়ন ডলাৰত ক্ৰয় কৰিছিল। সেই বিদেশী কোম্পানীটোৱে প্ৰটিন সম্পৰ্কীয় আৰু জিন সম্পৰ্কীয় ৰোগৰ ঔষধ প্ৰস্তুত কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ কেইবাটাও সৰু-বৰ ঔষধ কোম্পানীয়ে পশ্চিমীয়া দেশসমূহৰ বৃহৎ ঔষধ কোম্পানীসমূহৰ সৈতে হাতে হাত ধৰি কাম কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকা আৰু ইউৰোপত ভাৰতে খোপনি পুতিবলৈ আৰম্ভ কৰিছে। ইউৰোপেও ভাৰতীয় কোম্পানীসমূহৰ সৈতে হাত মিলাই শুল্ক বাধা অতিক্ৰম কৰিব বিচাৰিছে। বিদেশত ভাৰতীয় ঔষধ কোম্পানীসমূহৰ আধিপত্যৰ আঁৰত আছে আমেৰিকা আৰু চীনৰ মাজত চলি থকা শুল্ক যুদ্ধ ।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ২০০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰিছিল। যদিও শেহতীয়াকৈ শুল্কৰ ওপৰত ৩০ দিনৰ বাবে স্থগিত ৰখা হৈছিল, তথাপিও দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ প্ৰতি আমেৰিকা আৰু ইউৰোপৰ ঔষধ কোম্পানীসমূহে সতৰ্ক হৈ পৰিছে। দীৰ্ঘদিনীয়া পৰম্পৰাগত যোগান শৃংখল সলনি কৰি চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে তেওঁলোকে কাম কৰি আহিছে। আৰু ভাৰতে এই সুযোগ গ্ৰহণ কৰিছে।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশখনৰ ঔষধ কোম্পানীসমূহক ৩০ দিনৰ ভিতৰত ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। এই পৰিস্থিতিত চীনৰ সৈতে অংশীদাৰিত্বৰে মূল্য হ্ৰাস কৰা আৰু শুল্কৰ বোজা কান্ধত বহন কৰাটো আমেৰিকাৰ কোম্পানীসমূহৰ বাবে অতি কঠিন হৈ পৰাত ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক অগ্ৰাধিকাৰ দিছে কোম্পানীসমূহে। যাতে গৱেষণা আৰু উৎপাদনৰ খৰচ কম কৰিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm
বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

June 9, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd