• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

বিনা মেকআপত কেনে লাগে বলীউডৰ নায়িকাসকলক? কেইখনমান ছবি দেখিলেই চকু খোল খাব আপোনাৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 28, 2025 7:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউড মানেই গ্লেমাৰ। লাইমলাইটত জিলিকি উঠে বলীউডৰ সুন্দৰী। কেমেৰাৰ সন্মুখত তেওঁলোকৰ মুখত এটাও খুঁত বিচাৰি নাপায়। কিন্তু গধুৰ মেকআপৰ অবিহনে তেওঁলোকক চিনি পাবলৈও দিগদাৰ হ’ব পাৰে আপোনাৰ।

মেকআপ অবিহনে বলীউডৰ সুন্দৰী সকলক কেনেকুৱা দেখি চাওকচোন –

Apply Now

কৰীনা কাপুৰ খান

এইগৰাকী ধুনীয়া বলীউডৰ অভিনেত্ৰীয়ে মাজে মাজে ছ’চিয়েল মিডিয়াত মেকআপ নকৰাকৈ ছবি শ্বেয়াৰ কৰা দেখা যায়। মেকআপ কৰাৰ পিছত কৰীনাক কিমান ধুনীয়া দেখি সেয়া কোৱাৰ প্ৰয়োজন নাই। অৱশ্যে মেকআপ অবিহনেও সৌন্দৰ্যৰ ম্লান নপৰে কৰীনা কাপুৰৰ। শেহতীয়াকৈ লণ্ডনৰ পৰা তেওঁ এই ফটোখন পোষ্ট কৰিছিল।

আলিয়া ভাট

কেমেৰাৰ সন্মুখত ভাল দেখাবলৈ মেকআপৰ প্ৰয়োজন নাই বলীউডৰ সুন্দৰী আলিয়া ভাটক। মেকআপে আলিয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে যদিও ভূৱন ভোলৱা হাঁহিটোৱে সকলো মেকআপক অতিক্ৰম কৰে।

শ্ৰদ্ধা কাপুৰ

শ্ৰদ্ধা কাপুৰে মেকআপ নোহোৱাকৈ থাকি বেছি ভাল পায়। শ্ৰদ্ধাক প্ৰায়ে মেকআপ নকৰাকৈ দেখা যায়। মেকআপ নকৰাকৈও শ্ৰদ্ধাৰ মুখখনে এক সুন্দৰ জিলিকনি বিকিৰণ কৰে।

কেটৰিনা কাইফ

কেটৰিনাৰ বিদেশী সৌন্দৰ্য্যক উজ্জ্বলাই তুলিবলৈ মেকআপৰ প্ৰয়োজন নাই। শেহতীয়াকৈ মালদ্বীপলৈ যোৱাৰ সময়ত তেওঁৰ মেকআপ ফ্ৰী চেহেৰা শ্বেয়াৰ কৰিছিল।

দীপিকা পাডুকন

চিনেমা আৰু বঁটা প্ৰদান অনুষ্ঠান বা পাৰ্টিৰ বাহিৰে দীপিকাই মেকআপ কৰি ভাল নাপায়। দীপিকাৰ মেকআপবিহীন ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

মালাইকা অৰোৰা

মালাইকাৰ বয়স ৫০ বছৰ। কিন্তু এতিয়াও গাভৰুৱে পাত্তা নাপাব মালাইকাৰ লগত। কম বয়সীয়া যুৱতীয়েও ঈৰ্ষা কৰে মালাইকাক। মালাইকাই এতিয়াও মেকআপ নকৰাকৈয়ে জিলিকি থাকে।

জেকলিন ফাৰ্নাণ্ডেছ

শ্ৰীলংকাৰ এইগৰাকী সুন্দৰীয়েও ছ’চিয়েল মিডিয়াত মেকআপ নকৰাকৈ থকা ছবি শ্বেয়াৰ কৰে।

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd