• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৰাজ্যৰ ৭খনকৈ জিলাত জাৰি হ’ব পাৰে সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 1:44 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

পুনৰ ৰাজ্যৰ বতৰে ল’ব ভয়ংকৰ ৰূপ। ৰাজ্যৰ একাধিক জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে আজি হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে আজি গেৰুৱা সতৰ্কবাণী জাৰি কৰিছে।

দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং আৰু শ্ৰীভূমি জিলাত শুকুৰবাৰে বিজ্ঞান বিভাগে ৰঙা সতৰ্কবাণী জাৰি কৰিছে।

কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, হোজাই, ডিমা হাচাও, কাছাৰ আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে গেৰুৱা সতৰ্কবাণী জাৰি কৰিছে।

কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে ৰঙা সতৰ্কবাণী জাৰি কৰা জিলাসমূহত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে গেৰুৱা সতৰ্কবাণী জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰা জিলাসমূহত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd