• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 31, 2025 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম চৰ্চিত আৰু সুপৰিচিত কোম্পানী পতঞ্জলি আয়ুৰ্বেদ পুনৰ চাপত পৰিছে। এইবাৰ সন্দেহজনক লেনদেনৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে কোম্পানীটোলৈ পোনপটীয়া জাননী প্ৰেৰণ কৰিছে।

চৰকাৰে দাবী কৰিছে যে পতঞ্জলিৰ একাংশ বিত্তীয় লেনদেন প্ৰাথমিক তদন্তত অস্বাভাৱিক আৰু সন্দেহজনক বুলি পোহৰলৈ আহিছে। ইয়াৰ ভিত্তিত পতঞ্জলিক আগন্তুক দুমাহৰ ভিতৰত সেই লেনদেনৰ সম্পূৰ্ণ ব্যাখ্যা আৰু বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

Apply Now

এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে দেশৰ ব্যৱসায়িক জগতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পতঞ্জলিৰ শ্বেয়াৰ বজাৰত তীব্ৰ আঘাত আহিছে। বিনিয়োগকাৰীৰ মাজত আতংক বিয়পি পৰিছে আৰু বহুতে খৰখেদাকৈ বিনিয়োগ উলিয়াই নিবলৈ আৰম্ভ কৰিছে। বিশেষজ্ঞসকলৰ মতে, পতঞ্জলিৰ ওপৰত এতিয়ালৈকে মানুহৰ যি আস্থা আছিল, সেয়া শেহতীয়া বিতৰ্ক আৰু অভিযোগৰ বাবেই বহু পৰিমাণে বিনষ্ট হৈছে।

উল্লেখযোগ্য যে পতঞ্জলি আয়ুৰ্বেদৰ যৌথ মুৰব্বী বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ দুয়োজনেই বিগত কেইবছৰমানৰ পৰা কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছে। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি ভুৱা দাবী, আদালত অৱমাননা, আয়কৰৰ অনিয়ম – এই সকলোবোৰে পতঞ্জলিক কেন্দ্ৰ কৰি একাধিক প্ৰশ্নৰ উত্থাপন কৰিছে। কোম্পানীটোক আদালতে কঠোৰ ভাষাৰে ধমক দিয়াৰ লগতে জৰিমনা আৰু ক্ষমা বিচাৰিছে।

এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে সন্দেহজনক লেনদেনৰ জাননী জাৰি কৰি কোম্পানীটোৰ স্বচ্ছতাক লৈ নতুন সন্দেহৰ সৃষ্টি কৰিছে। যদিও এতিয়ালৈকে পতঞ্জলি বা ইয়াৰ প্ৰধান ব্যক্তি দুগৰাকী – ৰামদেৱ আৰু বালকৃষ্ণই এই বিষয়ত কোনো মন্তব্য কৰা নাই। সংবাদ মাধ্যমৰ সন্মুখত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে। বহুতে ধাৰণা কৰে যে তেওঁলোকৰ মৌনতাই পৰিস্থিতি অধিক বিভ্ৰান্তিকৰ কৰি তুলিছে।

প্ৰতিষ্ঠাৰ প্ৰথম দিনাৰ পৰাই পতঞ্জলি আয়ুৰ্বেদে দেশীয়, সংস্কাৰ আৰু আয়ুৰ্বেদৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকল্প পথ দেখুৱাইছিল। এক বিশাল বিপণন কৌশল আৰু ভাৰতীয় মতাদৰ্শ ব্যৱহাৰ কৰি তেওঁলোকে বজাৰত এক বিশাল স্থানৰ সৃষ্টি কৰিছিল। কিন্তু সময়ৰ লগে লগে সেই প্ৰতিচ্ছবিখন লাহে লাহে খহিবলৈ ধৰিলে। বিভিন্ন বিতৰ্ক, অতিৰঞ্জিত বিজ্ঞাপন আৰু বাস্তৱৰ লগত মিল নোহোৱা প্ৰতিশ্ৰুতিৰ বাবে বহু লোকে পতঞ্জলিৰ সামগ্ৰীৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে। ইয়াৰ সমান্তৰালকৈ কৰ ফাঁকি আৰু নিয়ন্ত্ৰক সংস্থাক বিভ্ৰান্তিৰ অভিযোগ উত্থাপনৰ বাবে পতঞ্জলিৰ ওপৰত আস্থা হ্ৰাস পাবলৈ ধৰিলে।

সম্প্ৰতি এই নতুন অভিযোগে পতঞ্জলিৰ সংকট আৰু গভীৰ কৰি তুলিছে। কেন্দ্ৰৰ জাননীত স্পষ্ট কৰি দিয়া হৈছে যে যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত উপযুক্ত সঁহাৰি নাপায় তেন্তে তদন্ত আৰু অধিক গভীৰ কৰি আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিশেষজ্ঞসকলৰ মতে যদিহে এনে অনুসন্ধান প্ৰমাণৰ সৈতে পোহৰলৈ আহে তেন্তে ইয়াৰ প্ৰভাৱ কেৱল পতঞ্জলিয়েই নহয়, সমগ্ৰ আয়ুৰ্বেদিক আৰু ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰখনো প্ৰভাৱিত হ’ব পাৰে।

এনে পৰিস্থিতিত বজাৰ বিশেষজ্ঞসকলৰ মতে পতঞ্জলিয়ে যদি শুদ্ধ উত্তৰ আৰু স্বচ্ছ ব্যাখ্যা দিব নোৱাৰে তেন্তে বজাৰত তেওঁলোকৰ স্থিতি আৰু অধিক দুৰ্বল হৈ পৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd