• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 31, 2025 11:23 am
514
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানলৈ নৌসেনাৰ তথ্য সৰবৰাহ কৰাৰ অভিযোগত মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হৈছে এজন কনিষ্ঠ অভিযন্তা। ধৃত ব্যক্তিজনৰ নাম ৰবি ভাৰ্মা। অভিযোগ অনুসৰি, যৌনতাৰ ফান্দত পৰি তেওঁ নৌসেনাৰ তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক গতাই দিছিল। শুকুৰবাৰে মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোয়াডে গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক।

এ টি এছৰ সূত্ৰ অনুসৰি ২০২৪ চনত ৰবিয়ে ছচিয়েল মিডিয়াত প্ৰীতি জয়ছৱাল নামৰ এগৰাকী যুৱতীক লগ পাইছিল। ইয়াৰ পিছত তেওঁলোকে হোৱাটছএপত কথা পাতিছিল। দুয়োৰে পাৰস্পৰিক কথা-বতৰাৰ ভিত্তিত যুৱতীগৰাকীয়ে ৰৱিৰ কৰ্মস্থলীৰ সকলো তথ্য সংগ্ৰহ কৰিলে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে ভিডিঅ’ কলত তেওঁৰ লগত কথা পাতিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰবিয়ে ব্যক্তিগত প্ৰতিৰক্ষা কোম্পানীত কাম কৰে। সেই কোম্পানীত নৌসেনাৰ বহুতো সামৰিক সঁজুলি নিৰ্মাণ কৰা হয়। ৰবিৰ লগত প্ৰেম আৰু যৌনতাৰ চালনাৰে সেই কোম্পানীটো আৰু নৌসেনাৰ তথ্য আহৰণ কৰে।

অভিযোগ অনুসৰি ৰবিক বিশাল পৰিমাণৰ ধনেৰে প্ৰলোভিত কৰে প্ৰীতি নামৰ যুৱতীগৰাকীয়ে। এ টি এছৰ সূত্ৰ অনুসৰি ২০২৪ চনৰ নৱেম্বৰৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে মুম্বাইৰ নৌসেনাৰ ঘাটি, যুদ্ধজাহাজ আৰু নৌসেনাৰ সৈতে জড়িত গোপন তথ্য ৰবিয়ে সৰবৰাহ কৰিছিল।

Recent News

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

কেলিফৰ্ণিয়াত ১৪৯ মিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ তন্ময় শৰ্মা

ইৰাণৰ পৰা গোপনে তেল আমদানি! নতুন অভিযোগত আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ আমেৰিকাৰ

ইৰাণৰ পৰা গোপনে তেল আমদানি! নতুন অভিযোগত আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ আমেৰিকাৰ

১৫ আগষ্টৰ ভিতৰত ৫টা বিবাদিত অঞ্চলত চাৰিসীমাৰ খুঁটা স্থাপন কৰিব অসম আৰু মেঘালয়ে

১৫ আগষ্টৰ ভিতৰত ৫টা বিবাদিত অঞ্চলত চাৰিসীমাৰ খুঁটা স্থাপন কৰিব অসম আৰু মেঘালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd