• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলন, কৰ্ণাটকত মৃত্যুৰ সংখ্যা ৭৫ জনলৈ লৈ বৃদ্ধি

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 31, 2025 12:34 pm
220
VIEWS
Share on FacebookShare on Twitter

অত্যধিক বৰষুণ আৰু ভূমিস্খলনৰ ফলত কৰ্ণাটকৰ ৩১খন জিলাত স্বাভাৱিক জীৱন ব্যাহত হৈছে। দক্ষিণ কৰ্ণাটকৰ মেংগালুৰুৰ পাহাৰীয়া অঞ্চলৰ কেইবাটাও স্থানত বৃহৎ অঞ্চল ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মেংগালুৰুৰ উল্লাল ব্লকত ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বানপানী পানীত ৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে। কেৱল ৰাজধানী বেংগালুৰুতে বিদ্যুৎস্পৃষ্ট হৈ ৫জন লোকৰ মৃত্যু হৈছে।

পৰিৱেশবিদ আৰু বতৰ বিজ্ঞানীসকলৰ মতে ২০১৮ চনত কেৰালাত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটক সেই পৰিস্থিতিৰ দিশে আগবাঢ়িছে। উল্লেখ্য যে ২০১৮ চনত কেৰালাত ভয়ংকৰ বানপানীয়ে সমগ্ৰ ৰাজ্যখনৰ বিপুল ক্ষতিসাধন কৰিছিল আৰু হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় যে বাৰিষা অহাৰ পূৰ্বেই ৰাজ্যখনত ১৫০ শতাংশতকৈ অধিক বৰষুণ হৈছে। বৰ্তমান প্ৰায় ২০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

অৱশ্যে এই পৰিস্থিতি সন্দৰ্ভত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এতিয়াও কেন্দ্ৰৰ পৰা সহায় বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হাতত হাজাৰ হাজাৰ কোটি টকা আছে। সেই ধনৰ পৰা মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হ’ব আৰু ক্ষতিগ্ৰস্ত ঘৰবোৰ নিৰ্মাণ কৰা হ’ব।

Recent News

বানে জলা-কলা খুৱাইছে অসমৰ জনসাধাৰণক! বানৰ কবলত ৰাজ্যৰ ২২খন জিলা

বানে জলা-কলা খুৱাইছে অসমৰ জনসাধাৰণক! বানৰ কবলত ৰাজ্যৰ ২২খন জিলা

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd