• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত পঞ্চায়ত নিৰ্বাচনৰ কুজকাৱাজ এ আই য়ু ডি এফৰ : যুৱ মৰ্চা,মহিলা মৰ্চা, ছাত্ৰ মৰ্চাৰ নতুন সমিতি গঠন

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 3, 2018 6:23 pm
IMG_20180603_154030
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ মে’ত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এক নিৰ্দেশ যোগে  অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আদেশ দিয়াৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যৰ সকলো ৰাজনৈতিক দল। এইক্ষেত্ৰত পিছ পৰি থকা নাই এ আই য়ু ডি এফ দল ৷

দলটোৰ পূৰ্বৰ জনপ্ৰিয়তা ঘুৰাই অনাৰ লক্ষ্যৰে আৰু দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত দলটোৰ কৰণীয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ ১২ বজাৰ পৰা বৰপেটা জিলা এ আই য়ু ডি এফৰ উদ্যোগত হাউলীৰ ত্ৰিকন্যা বিবাহ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

Apply Now

বৰপেটা জিলা এ আই য়ু ডি এফৰ সভাপতি তথা ভবানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ যুৱ মৰ্চা, মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ নতুন সমিতি গঠন কৰা হয় ৷

dav

এ আই য়ু ডি এফৰ বৰপেটাৰ জিলাৰ সাধাৰণ সম্পাদক (প্ৰশাসন) ৰফিকুল ইছলামে আঁত ধৰা সভাখনত প্ৰাক্তন বিধায়ক আলী হুছেইন, দলটোৰ উপ সভাপতি ঠাকুৰ চন্দ্ৰ দাস, বৰপেটাৰ সাংসদৰ নমিনী মুন্তাজ আলীৰ লগতে কেইবাগৰাকী নেতাই দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷

এই সভাতে মতিউৰ ৰহমানক সভাপতি, কচেৰউদ্দিন আহমেদক সম্পাদক হিচাপে লৈ ৫১জনীয়া  যুৱ মৰ্চাৰ নতুন সমিতি গঠন কৰে ৷ একেদৰে মফিদা খাতুনক সভানেত্ৰী আৰু ছাকিনা আহমেদক সম্পাদিকা হিচাপে লৈ মহিলা মৰ্চা আৰু খন্দকাৰ মতিউৰ ৰহমানক সভাপতি আবুল কালাম আজাদক সম্পাদক হিচাপে ছাত্ৰ মৰ্চাৰ নতুন কমিটিৰ নাম ঘোষণা কৰে ৷

ইফালে নতুন সমিতিৰ বিষয়ববীয়া সকলক শপত বাক্য পাঠ কৰোৱায় উপ সভাপতি ঠাকুৰ চন্দ্ৰ মেধিয়ে ৷  দেশৰ সংবিধান শক্তিশালী কৰাৰ লগতে সমাজক ভাগ কৰিব বিচৰা অপ শক্তিৰ বিৰুদ্ধে নতুন সমিতিৰ বিষয়ববীয়া সকলক আহ্বান জনায় ঠাকুৰ চন্দ্ৰ মেধিয়ে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd