• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2025 8:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত। সেই এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এইবাৰ সেই টাটা গ্ৰুপৰ পৰা দিয়া হৈছে এক বিশেষ বাৰ্তা।

এক্স বাৰ্তাত টাটা গ্ৰুপে কয়, ‘এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ত সংঘটিত হোৱা দুৰ্ঘটনাটোত আমি মৰ্মাহত। এই সময়ত এই দুখ প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই। মৃত্যু হোৱা সকলৰ পৰিয়ালৰ লগত আমি আছো। আহতসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিছো।‘

Apply Now

‘টাটা গ্ৰুপে মৃতকৰ পৰিয়ালক ১ কোটি টকা দিব। আহত হোৱা সকলৰ বাবে আমি সকলো চিকিৎসাৰ ব্যৱস্থা কৰিম। আমি নিশ্চিত কৰিছো যে তেওঁলোকৰ বাবে সকলো চিকিৎসা ব্যৱস্থা কৰা হ’ব। ইয়াৰ লগতে আমি বি জে মেডিকেলৰ বাবে হোষ্টেল নিৰ্মাণত সহায় কৰিম।’

টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে এক্স বাৰ্তাযোগে কয়, ‘আমি আক্ৰান্ত লোকসকলৰ লগত আছো।’

আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হয়। চিকিৎসকসকলৰ হোষ্টেলত খুন্দা মাৰে বিমানখনে। বিমানখনত বহু বিদেশী নাগৰিকো আছিল। বহুতৰে মৃত্যু হ’ল। এটা মৰ্মান্তিক দুৰ্ঘটনা।

পাইলটে শেষ মুহূৰ্ততে মে’ ডে’ কল কৰিছিল। কিন্তু শেষ ৰক্ষা নহ’ল। দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন। ইটোৰ পিছত সিটোৰ মৃত্যু। খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা হোষ্টেলৰ কেইবাজনো আৱাসী চিকিৎসকৰ মৃত্যু হয়।

এজন ব্যক্তিয়ে কয়, মই ঘৰত আছিলো। সেই সময়ত মই এটা ডাঙৰ শব্দ শুনিলোঁ। কি হৈছে চাবলৈ ঘৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ ধোঁৱাৰ কুণ্ডলী এটা ওপৰলৈ উঠি আহিছে। অলপ ওচৰ চাপি আহোঁতে দেখিলোঁ চাৰিওফালে মৃতদেহবোৰ সিঁচৰতি হৈ আছে। চাৰিওফালে ধ্বংসাৱশেষ।

We are deeply anguished by the tragic event involving Air India Flight 171.

No words can adequately express the grief we feel at this moment. Our thoughts and prayers are with the families who have lost their loved ones, and with those who have been injured.

Tata Group will…

— Tata Group (@TataCompanies) June 12, 2025

ইপিনে, ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী অঞ্চলটোত উপস্থিত হয়। জুই নুমুৱাবলৈ চেষ্টা কৰে। পৰিস্থিতি একেবাৰে ভয়ংকৰ আছিল। উদ্ধাৰকাৰী দলটোৱে দ্ৰুতগতিত উদ্ধাৰ কামত নামিল। ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ কৰে। এই দুৰ্ঘটনাত বহু লোকে নিজৰ আপোনজনক হেৰুৱাইছিল। অৱশ্যে সৌভাগ্যক্ৰমে বিমানখনৰ এজন যাত্ৰী বাচি যায় বুলি বাতৰি প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd