• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 9:41 am
216
VIEWS
Share on FacebookShare on Twitter

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ জোকাৰণি এতিয়াও মাৰ যোৱা নাই। তাৰ মাজতে  আন এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই জোকাৰি গ’ল কেদাৰনাথক। গৌৰীকুণ্ড আৰু ত্ৰিযুগিনাৰায়ণৰ মাজৰ ঘন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় এখন হেলিকপ্টাৰ। ৫ জন যাত্ৰীৰ মৃত্যু ঘটিছে আৰু ২ জন সন্ধানহীন হৈছে। এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱাৰ ভাগত কেদাৰনাথ ধামৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। হেলিকপ্টাৰখনে গুপ্তকাশী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। উত্তৰাখণ্ডৰ আৰিয়ান এভিয়েশনৰ মালিকানাধীন হেলিকপ্টাৰখনে পুৱা প্ৰায় ৫ বজাত উৰা মাৰে। তাত আছিল ৬ জন যাত্ৰী আৰু এজন পাইলট।

কিন্তু উৰণৰ কিছু সময়ৰ পাছতে হেলিকপ্টাৰখনৰ উচ্চতা কমিবলৈ ধৰে। পুৱা ৫:৩০ বজাত গৌৰীকুণ্ড আৰু ত্ৰিযুগিনাৰায়ণৰ মাজৰ গভীৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।

প্ৰথম অৱস্থাত বেয়া বতৰৰ বাবে হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে। মৃতসকলৰ ভিতৰত এটি শিশুও থকাৰ খবৰ পোৱা গৈছে। সন্ধানহীন হোৱা দুয়োজনক বিচাৰি উলিয়াবলৈ ব্যাপক অনুসন্ধান অব্যাহত আছে।

অৱশ্যে দুৰ্ঘটনাস্থলী অতি দুৰ্গম অঞ্চলত থকাৰ বাবে উদ্ধাৰকাৰী দলটোৱে খোজকাঢ়ি গৈ দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হৈছে, যাৰ বাবে কামত বাধাৰ সৃষ্টি হৈছে বুলি কৰ্তৃপক্ষই জনায়।

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd