• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 7:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্বৰ প্ৰমাণ থাকা সত্ত্বেও অবৈধ বাংলাদেশী বুলি সন্দেহ কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে পশ্চিম বংগৰ চাৰিজন লোকক আটক কৰি সীমান্ত সুৰক্ষা বাহিনী (BSF)-ৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। এই ঘটনাৰ পাছত পশ্চিম বংগ আৰক্ষীয়ে ১৬ জুন সোমবাৰে চাৰিওজন ব্যক্তিক ঘূৰাই আনিছে।

এই চাৰিজনৰ ভিতৰত মুৰ্শিদাবাদ জিলাৰ তিনিজন আৰু বৰধামনৰ এজন বাসিন্দা আছিল। সংবাদমাধ্যমৰ মতে, মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁলোকক সন্দেহৰ ভিত্তিত ধৰি সীমান্ত সুৰক্ষা বাহিনীৰ হাতত নিৰ্দেশনা অনুসৰি গতাই দিয়াৰ পিছত তেওঁলোকক বাংলাদেশ সীমান্ত পাৰ কৰি পঠিয়াই দিয়ে।

Apply Now

বাংলাদেশলৈ প্ৰেৰণ কৰা উক্ত চাৰিজন ক্ৰমে মেহবুব শ্বেখ, নাজিমুদ্দিন মণ্ডল, মিনাৰুল শ্বেখ আৰু মুস্তাফা কমল শ্বেখ বুলি সদৰী কৰিছে।

পশ্চিম বংগ আৰক্ষীয়ে দাবী কৰিছে যে এই স্থানান্তৰণৰ বিষয়ে তেওঁলোকক আগতীয়াকৈ অৱগত কৰা হোৱা নাছিল। মুৰ্শিদাবাদ আৰক্ষীয়ে স্থানীয় তদন্ত চলাই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ সংগ্ৰহ কৰি বিএছএফৰ হাতত গতাই দিয়ে। তাৰ পিছত BSF আৰু Border Guard Bangladesh (BGB)-ৰ মাজত ফ্লেগ মিটিংৰ জড়িয়তে তেওঁলোকক ঘূৰাই আনে।

পশ্চিমবংগ প্ৰব্ৰজনকাৰী কল্যাণ ব’ৰ্ডৰ অধ্যক্ষ সমৰুল ইছলামে কয়, “মহাৰাষ্ট্ৰ আৰক্ষীয়ে পশ্চিমবংগ চৰকাৰক কোনো ধৰণৰ খবৰ নিদিয়াকৈ এই সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে।

অন্যহাতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কৈছে, নাগৰিকত্ব প্ৰমাণ কৰিবলৈ মেহবুব শ্বেখ ব্যৰ্থ হৈছিল, আৰু আধাৰ বা পেন কাৰ্ডৰ ওপৰত নিৰ্ভৰ নকৰে বুলি তেওঁলোকে যুক্তি আগবঢ়ায়।

এই ঘটনা দেশজুৰি চলি থকা বিতাড়নৰ কৌশলৰ অংশ হিচাপে সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীক সীমান্ত পাৰ কৰাই পঠিয়োৱা হৈছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ৮ মে’ত ভাৰতক পত্ৰ দি এই ধৰণৰ আচৰণত গভীৰ উদ্বেগ প্ৰকাশ কৰি অধিকৃত বিতাড়ন প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল।

Tags: CitizenshipCrisisDeportationMistakeIndias pushback policyUPHRCrightsWestBengalPolice
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd