• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 3:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা এতিয়া তুংগত উঠিছে। শুকুৰবাৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছৰ প্ৰচাৰৰ ক্ষেত্ৰত মূলতঃ ইছলামিক দেশৰ পৰা চলি থকা ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা। সংবাদমেল সম্বোধন কৰি শৰ্মাই দাবী কৰে যে, বেছিভাগেই বাংলাদেশ আৰু পাকিস্তানৰ ৪৭খন দেশৰ পৰা এই একাউণ্টসমূহে বিগত এমাহ ধৰি এজন বিশেষ অসম কংগ্ৰেছ নেতা আৰু দলৰ ৰাজ্যিক ইউনিটৰ পেজৰ সৈতে সংযুক্ত বিষয়বস্তুৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে বুলি দাবী কৰিছে।

শৰ্মাই কয় যে এই একাউণ্টসমূহে কেৱল অসম কংগ্ৰেছ আৰু এজন বিশেষ নেতাৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাহুল গান্ধীৰ দৰে জাতীয় কংগ্ৰেছ নেতাৰ সৈতে লিংক কৰা পোষ্ট বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল পেজৰ সৈতে লিংক কৰা হোৱা নাই। যদিও মুখ্যমন্ত্রীয়ে নেতাগৰাকীৰ নাম স্পষ্টকৈ উল্লেখ নকৰিলেও তেওঁৰ এই মন্তব্যত ২০২৫ চনৰ মে’ মাহত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি পোৱা গৌৰৱ গগৈৰ কথা উল্লেখ কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷

Apply Now

অসম কংগ্ৰেছক প্ৰচাৰ কৰাৰ উপৰিও এই একাউণ্টসমূহত পেলেষ্টাইন সমৰ্থক বাৰ্তা, ইৰাণৰ প্ৰতি সমৰ্থন আৰু বাংলাদেশৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ সমৰ্থনকে ধৰি ইছলামিক মৌলবাদৰ সৈতে জড়িত বিষয়বস্তু শ্বেয়াৰ কৰা বুলি  উল্লেখ কৰিছে। বিদেশী কাৰ্যকলাপৰ এই উত্থান অসম কংগ্ৰেছ নেতৃত্বৰ শেহতীয়া পৰিৱৰ্তনৰ লগত মিল থকা বুলি জোৰ দি শৰ্মাই ইয়াক অসমৰ ৰাজনীতিত বিদেশী জড়িত থকা বুলিও অভিযোগ অনিছে।

বিষয়টোক “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ” বিষয় বুলি অভিহিত কৰি শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হৈছে। অসমৰ আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি তেওঁৰ মতে সমন্বিত ছ’চিয়েল মিডিয়া প্ৰচাৰৰ তদন্ত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়।

উল্লেখ্য যে মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰতো প্ৰকাশ্যে এটাৰ পিছত এটা অভিযোগ উত্থাপন কৰি অহা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd