• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 6:30 am
171
VIEWS
Share on FacebookShare on Twitter

কেন্সাৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ কেৱল ঔষধৰ ওপৰতে নির্ভৰ কৰিব নালাগে—এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ। তেওঁলোকে কৰা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে দৈনন্দিন জীৱনত কিছু পানীয় অন্তৰ্ভুক্ত কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পৰা যায়। এই পানীয়বোৰ কেৱল কেন্সাৰেই নহয়, আন বহু ধৰণৰ জটিল ৰোগৰ আশংকাও কমাই দিয়ে।

১. মাচা গ্ৰীণ টি (Matcha Green Tea)

মাচা চাহত পলিফেনল, এমিনো এচিড আৰু উচ্চ প্ৰমাণত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ কোষ সজীৱ আৰু সুৰক্ষিত ৰাখে। এই চাহে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে দেহৰ প্ৰদাহ হ্ৰাস কৰে, যিয়ে কৰ্কট ৰোগৰ আশংকা হ্ৰাসত সহায় কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
এটা কাপত গৰম পানীৰ লগত মাচা গুঁড়ি ভালদৰে মিহলাই লওক। আন এটা কাপত অলপ ব্ৰাউন চুগাৰ উতলাই লওক। পিছত এই দুয়ো মিশ্ৰণ একেলগ কৰি ধীৰে-ধীৰে কম জুইত লৰাব। ইচ্ছা হ’লে গাখীৰো যোগ কৰিব পাৰি।

২. গ্ৰীণ স্মুদি (Green Smoothie)

শাক-পাচলিত সমৃদ্ধ এই পানীয়ত থাকে ভিটামিন এ, চি, ই, লগতে পটাছিয়াম, কেলচিয়াম, আৰু আঁহ। এই সকলো উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
গৰম পানীৰে পৰিষ্কাৰ কৰা পেলেং শাক,কল, টিয়ঁহ আৰু অলপ আদা একেলগে মিক্সাৰত মিহলাই গ্ৰীণ স্মুদি প্ৰস্তুত কৰি ল’ব । ওপৰত জলকীয়াৰ গুড়ি ছটিয়াই দিলে সোৱাদ আৰু উপকাৰিতা দুয়োটা বাঢ়িব।

৩. হালধি গাখীৰ (Turmeric Milk)

হালধিত থকা কাৰকুমিন নামৰ যৌগে কিছুমান ধৰণৰ কোষ বৃদ্ধিৰ প্ৰক্ৰিয়া ধ্বংস কৰে। জলকীয়া আৰু দালচেনিৰ সৈতে মিহলি কৰিলে ই শক্তিশালী প্ৰাকৃতিক ৰোগ-প্ৰতিৰোধক হিচাপে কাম কৰে।

কেনেকৈ প্ৰস্তুত কৰিব:
গাখীৰ—গৰুৰ, বা অট/আলমণ্ড—ত এটা চামুচ গুঁড়া হলুদ, গোটা জলুক আৰু অলপ দালচেনি মিহলাই উতলাব। এই মিশ্ৰণ সিজোৱাৰ পিছত কিছুমান প্ৰাকৃতিক উপাদান সক্ৰিয় হৈ উঠে, যিয়ে শৰীৰৰ অভ্যন্তৰীণ সুৰক্ষাক শক্তিশালী কৰে।

যদি এই পানীয়বোৰ দৈনন্দিন অভ্যাসত পৰিণত কৰা যায়, তেন্তে কিছুমান জটিল ৰোগ—বিশেষকৈ কেন্সাৰ—ৰ আশংকা বহুলাংশে হ্ৰাস পায়। গৱেষকসকলে কয় যে ৰোগ প্রতিষেধকৰ বাবে কেৱল চিকিৎসাই নহয়, খাদ্যাভ্যাসো সমানে গুৰুত্বপূৰ্ণ।

Recent News

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd