• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোনম কাণ্ডৰ দৰে বিয়াৰ এমাহৰ পিছতে খাৱৈৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ; পৰকীয়াৰ বাবে হত্যা পত্নীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 2:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশৰ এজন যুৱকক বিয়াৰ এমাহৰ পাছত ৰহস্যজনকভাৱে হত্যাৰ বলি হৈছে। বেছ কিছুদিন ধৰি সন্ধানহীন হৈ আছিল। এটা খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃতকৰ পত্নী আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰিছে।

ইন্দোৰৰ ৰাজা ৰঘুবংশীক হানিমুনত থকা অৱস্থাত হত্যা কৰা। পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সেই ঘটনাৰ স্মৃতি মাৰ নাযাওতেই আন এক ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

পেছাত ব্যক্তিগত ভূমি জৰীপকাৰী তেজেশ্বৰ (৩২)ৰ সৈতে যোৱা ১৮ মে’ত বিবাহপাশত আবদ্ধ হয় ঈশ্বৰ্যাৰ। এমাহৰ পাছত ১৭ জুনত তেওঁ সন্ধানহীন হয়। তেতিয়াৰ পৰাই অভিযান চলি আছিল। অৱশেষত স্থানীয় এটা খাৱৈত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

তেজেশ্বৰৰ পৰিয়ালৰ অভিযোগ যে ঈশ্বৰ্যাৰ এজন বেংক কৰ্মচাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তাৰপিছতো একেসময়তে তেজেশ্বৰৰ সৈতে প্ৰেমত চলাই গৈছিল। ইয়াৰ মাজতে ফেব্ৰুৱাৰী মাহত বিয়াখন হ’ব লগা আছিল যদিও হঠাতে ঈশ্বৰ্যা নোহোৱা হৈ পৰে। পিছত ঘূৰি আহি তেজেশ্বৰক বিয়া কৰাবলৈ মান্তি হয়।

যুৱকজনৰ পৰিয়ালৰ দাবী, তেওঁলোকৰ আপত্তি থকাৰ পিছতো তেজেশ্বৰে জোৰ কৰি ঈশ্বৰ্যাক বিয়া কৰাইছিল। তেওঁলোকৰ অভিযোগ যে ঈশ্বৰ্যা আৰু তেওঁৰ মাতৃয়ে তেওঁলোকৰ পুত্ৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘অভিযোগৰ তদন্ত চলি আছে। তেজেশ্বৰক হত্যাৰ কাৰণৰ তদন্ত কৰা হ’ব। এতিয়াই নিশ্চিতভাৱে একো কোৱা সম্ভৱ নহয়।’

উল্লেখ্য যে ইন্দোৰ দম্পতীৰ বিবাহ ১১ মে’ত হৈছিল। নৱবিবাহিত ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশী হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। ২৩ মে’ত হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছৰে পৰা দুয়োজনেই সন্ধানহীন হৈ আছিল। পিছত ২ জুনত পাহাৰৰ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

উত্তৰ প্ৰদেশৰ গাজীপুৰত দীৰ্ঘদিন আত্মগোপন কৰি থকাৰ পিছত ৮ জুনত সোণমে থানাত আত্মসমৰ্পণ কৰে। প্ৰসংগক্ৰমে ঠিক সেইদিনা (৮ জুন) শেষবাৰৰ বাবে হোৱাটছএপত ৰাজ কুশৱাহাৰ নম্বৰ সক্ৰিয় হৈ থকা দেখা গৈছিল।

আৰক্ষীৰ সূত্ৰই পূৰ্বে প্ৰকাশ কৰিছিল যে সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা এই হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী। বিয়াৰ আগতে দুয়োৰে সম্পৰ্ক আছিল। বিশাল চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী – এই তিনিজনক ৰাজাক হত্যা কৰিবলৈ নিযুক্ত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd