• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 6:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খ্ৰীষ্টান বস্তিত অৱস্থিত গুৱাহাটীৰ শ্বপিং কমপ্লেক্স চিটি চেণ্টাৰত অসমীয়া ব্যসায়ীৰ বিৰুদ্ধে চলিছে ষড়যন্ত্ৰ। অসমীয়া যুৱক প্ৰতাপ দাস আৰু যুৱতী জুছিমণি দাসৰ দোকান দুখন হঠাৎ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা কোৱা সংগঠন আৰু নেতাসকলৰ নীৰৱতাৰ মাজত এই দুই অসমীয়া নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে। ২০১৮ চনৰ ১ এপ্ৰিলত মুকলি কৰা, আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত নকৈ সজাই তোলা এই মলটো এতিয়া অসমীয়া বিক্ৰেতাৰ বিৰুদ্ধে বৈষম্যমূলক কাৰ্যকলাপৰ অভিযোগৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আগশাৰীৰ অসমীয়া মিডিয়া হাউছৰ জ্যেষ্ঠ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ প্ৰতিবেদন অনুসৰি শিৱসাগৰৰ প্ৰতাপ দাস আৰু গুৱাহাটীৰ পৰা জুচিমনি দাস নামৰ দুজন স্থানীয় বিক্ৰেতাই মলটোৰ পৰিচালনাৰ অযথা হেঁচাত পৰিছে। প্ৰতাপ দাসে প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনিৰ সহায়ত ২০২৩ চনত চিটি চেন্টাৰৰ দ্বিতীয় মহলাত ‘কাফটি ফেশ্বন’ নামৰ কাপোৰৰ দোকান খুলিছিল। একেদৰে, জুছিমণি দাসে ‘জুছি ক্ৰিয়েশ্যন’ নামৰ অসমীয়া মহিলাৰ সাজপোছাকৰ দোকান আৰম্ভ কৰিছিল। দুয়োজনে মাহিলী ৩০ হাজাৰ টকাকৈ ভাড়া পৰিশোধ কৰিছিল। দুয়োখন দোকানেই ভালদৰে চলি আছিল, কিন্তু শ্বপিং মলৰ মালিকানাধীন সঞ্জীৱ পৃথানীৰ নেতৃত্বত এটা বণিক গোষ্ঠীৰ অসমীয়া বিদ্বেষী আচৰণৰ সন্মুখীন হৈছে তেওঁলোক। দুদিন আগতে অগ্নিনিৰ্বাপনৰ কামৰ অজুহাতত তেওঁলোকৰ দোকান খালী কৰাৰ নিৰ্দেশ দিয়া হয়, যদিও আন দোকানীসকলে পুনৰ দোকান খুলিবলৈ দিছে, কিন্তু প্ৰতাপ আৰু জুছিমণিৰ ক্ষেত্ৰত স্থায়ীভাৱে বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে।

Apply Now

চিটি চেন্টাৰৰ মেনেজাৰ বিদিত কুমাৰৰ নেতৃত্বত এই অসমীয়া বিৰোধী সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। তেওঁ কোনে তেওঁলোকৰ দোকান ৰক্ষা কৰিব পাৰে বুলি প্ৰত্যাহ্বান জনাইছে। কি হ’ব, কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে তেওঁলোক। কিন্তু এই বিপদত পৰা দুই অসমীয়াৰ কাষত নাই সেই জাতীয়তাবাদী ধ্বজ্জা উৰুৱা তথাকথিত নেতাসকল।এতিয়া এনেকৈয়ে চলিছে খিলঞ্জীয়া আৰু থলুৱা চাটাই অভিযান। প্ৰতাপ, জুছিমণিহঁতক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়ি অহিব নে কোনোবা? নে সেই বণিক গোষ্ঠীয়ে দাম্ভিকতাৰে কোৱাৰ দৰেই কোনো প্ৰশ্ন নকৰাকৈয়ে এৰিব লাগিব এই ব্যৱসায়স্থলী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd