• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2025 9:40 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জীয়ৰী ৰুমী কোঁৱৰ চিংগাপুৰত অনুষ্ঠিত NBA Raising Star Leuge ভাগ লবলৈ আজি ভাৰতৰ পৰা ৰাওনা হ’ব। ধেমাজিৰ জিলাৰ পৰা ৰুমী কোঁৱৰে চিংগাপুৰত অনুস্থিত এন বি এ ৰাইজিং ষ্টাৰ ইনভাইেটচন খেলৰ বাবে ভাৰতবৰ্ষ একমাত্ৰ মহিলা টিম দিল্লী পাবলিক স্কুল ৰাজনন্দগাও হৈ প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতা-২৪ জুনৰ পৰা-২৯ জুনলৈ হ’ব। চিংগাপুৰত আয়োজিত এই খেলত ভাৰত,অষ্ট্ৰেলীয়া,জাপান,চীন মঙ্গলীয়া, ফিলিপিস্ব, ইণ্ডোনেছীয়া, মালেশ্বীয়া, দক্ষীন কোৰিয়া, থাইলেণ্ড, চিঙ্গাপুৰ আদি দেশৰ সৰ্বশ্ৰেষ্ঠ  স্কুলসমূহে ভাগ ল’ব।

দিল্লী পাবলিক স্কুল ৰাজনন্দ গাঁৱৰ অধক্ষ্য শ্ৰী মতী নিৰ্মলা সিঙে জানিবলৈ দিয়া মতে এই প্ৰতিযোগিতাত ভাৰতৰ পৰা-১২ জনীয়া-ল’ৰা আৰু ছোৱালী শাখাৰ টিম ভাগ ল’বলৈ আমন্ত্ৰিত কৰিছে। ধেমাজি জিলাৰ বাসিন্দা-ৰুমী কোঁৱৰে চন-২০২২ত Assam Youth Olympicত ধেমাজি জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি টিমটোৰ বাবে ৰূপৰ পদক বিজেতা হৈছিল আৰু-২২ বৰ্ষ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পীয়নশ্বীপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল আৰু লগতে উত্তৰ পুবৰ একমাত্ৰ ছোৱালী শাষাৰ হৈ খেলৌ ইণ্ডিয়াত বাচনী হয়।

Apply Now

বৰ্তমান খেলৌ ইণ্ডিয়া একাডেমী দিল্লী পাবলিক স্কুল ৰাজনান্দ গাৱঁ ছতিশগড়ত পঢ়া-শুনাৰ লগতে খেলৰ বাবে প্ৰস্তুতি চলাই আছে।২০২৩ চনত ৰাষ্ট্ৰীয় বাষ্কেটবল চেম্পীয়ত শ্বীপত সোনৰ পদক বিজেতা হৈছিল।ইয়াৰ ওপৰিও স্কুল নেচনেল বাড়মেৰ ৰাজস্থানত,জুনিয়ৰ স্কুল নেচনেল চেন্নাই,২০২৪-পণ্ডিচেৰী ত আয়োজিত ৰাষ্ট্ৰীয় য়ুথ নেচনেল বাষ্কেটবল চেম্পীয়ন শ্বীপত চতুৰ্থ স্থান পাবৰৈ সক্ষম হৈছিল। ভুৱনেশ্বৰত আয়োজিত-৩×৩ এন বি এ লিগত সোনৰ পদক পাবলৈ সক্ষম হয় তথা বেষ্ট খেলোৱৈ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। এতিয়া তেওলোকৰ টিম ভাৰতবৰ্ষৰ হৈ পতিনিধিত্ব কৰিবলৈ চিংগাপুৰলৈ ৰাওনা হ’ব।তেখেতৰ প্ৰশিক্ষক লগতে ৰাষ্ট্ৰীয় খেল প্ৰাধিকৰনৰ ডাইৰেক্টৰ কালৱা ৰাজেশ্বৰ ৰাৱ আৰু কালৱা ৰাধা ৰাৱে তেখেতক বাষ্কেট বল খেল জগত আৰু আগোৱা যাবলৈ অনুপেৰণা যোগাই।ৰুমী কোঁৱৰ SFS School Dhemajiত পঢ়ি থকা অৱস্থাত স্কুলৰ Principal Vintu Agastin  বিনামূলীয়াকৈ গুৱাটীৰ NF Railway Coach-Vinud Chodhory দ্বাৰা প্ৰশিক্ষণ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd