• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 7:37 am
মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতিক সময়ত মানুহৰ শৰীৰ লগতে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতও সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। হঠাতে খং উঠা, সঘনাই মানসিক অৱস্থাৰ পৰিৱৰ্তন বা হতাশাৰ সমস্যা এতিয়া সাধাৰণ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই সমস্যাবোৰ কেৱল মানসিক কাৰণতেই নহয়, শৰীৰত প্ৰয়োজনীয় ভিটামিনৰ অভাৱৰ বাবেও হ’ব পাৰে। সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ জৰিয়তে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।

ভিটামিনৰ অভাৱ আৰু মানসিক স্বাস্থ্য

বিশেষজ্ঞসকলে কয় যে হতাশা বা ডিপ্ৰেশ্যন কেৱল আৱেগিক বা মানসিক অৱস্থাৰ সৈতে জড়িত নহয়, ই শৰীৰৰ পুষ্টিৰ অৱস্থাৰ সৈতেও প্ৰত্যক্ষভাৱে সম্পৰ্কিত। কিছুমান ভিটামিনৰ অভাৱৰ ফলত মগজুৰ ৰাসায়নিক পদাৰ্থ (নিউৰ’ট্ৰান্সমিটাৰ) বিঘ্নিত হয়, যাৰ প্ৰভাৱ চিন্তাশক্তিৰ ওপৰত পৰে। তলত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিনৰ অভাৱৰ লক্ষণ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হৈছে।

ভিটামিন বি১২

ভিটামিন বি১২ৰ অভাৱ হতাশা আৰু মুড ডিছৰ্ডাৰৰ অন্যতম প্ৰধান কাৰণ। এই ভিটামিন মগজু আৰু স্নায়ুতন্ত্ৰৰ সুস্থ কাৰ্যকাৰিতাৰ বাবে অতি জৰুৰী। ইয়াৰ অভাৱত এজন ব্যক্তিয়ে ভাগৰ, খিংখিঙীয়া ভাৱ, মনোযোগৰ অভাৱ আৰু দুখৰ অনুভৱ কৰিব পাৰে। দীৰ্ঘদিন ধৰি এই অভাৱ থাকিলে হতাশাতভোগাৰ সম্ভাৱনা বৃদ্ধি পায়।

ভিটামিন ডি

‘ছানশ্বাইন ভিটামিন’ নামেৰে পৰিচিত ভিটামিন ডি মুড নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ অভাৱৰ ফলত শক্তিৰ মাত্ৰা কমি যোৱা, দুখৰ অনুভৱ আৰু প্ৰেৰণাহীনতাৰ দৰে সমস্যা হ’ব পাৰে। বিশেষকৈ বৰষুণৰ সময়ত বা ঘৰৰ ভিতৰত বেছি সময় কটালে ভিটামিন ডিৰ মাত্ৰা কমি যায়, যাৰ ফলত হতাশাৰ আশংকা বৃদ্ধি পায়।

ভিটামিন বি৯ (ফ’লিক এছিড)

ভিটামিন বি৯ৰ অভাৱেও মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এই ভিটামিনে মগজুত ফিল-গুড হৰম’ন যেনে চেৰ’টনিন আৰু ড’পামিন উৎপন্ন কৰাত সহায় কৰে। ইয়াৰ অভাৱত মগজুৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে, যাৰ ফলত মুডৰ অস্থিৰতা আৰু হতাশাৰ সমস্যা হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • সুষম আহাৰ গ্ৰহণ কৰক: খাদ্য তালিকাত গাখীৰ, কণী, মাছ, কচু, ব্ৰকলি, কল, আলমণ্ড, দাইল আৰু দৈৰ দৰে পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক।
  • ৰ’দত সময় কটাওক: প্ৰতিদিনে ১৫-২০ মিনিট পুৱাৰ মৃদু ৰ’দত বহক যাতে শৰীৰে পৰ্যাপ্ত ভিটামিন ডি লাভ কৰে।
  • তেজৰ পৰীক্ষা কৰাওক: যদি সঘনাই ভাগৰুৱা অনুভৱ কৰে, মুড সলনি হয় বা দুখৰ অনুভৱ হয়, তেন্তে ভিটামিন বি১২ আৰু ভিটামিন ডিৰ মাত্ৰা পৰীক্ষা কৰাওক।
  • চিকিৎসকৰ পৰামৰ্শ লওক: যদি খাদ্যৰ জৰিয়তে প্ৰয়োজনীয় পুষ্টিৰ পৰিমাণ পূৰণ নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে ভিটামিনৰ পৰিপূৰক গ্ৰহণ কৰক।

বিশেষজ্ঞসকলৰ মতে, হতাশা বা মুডৰ অস্থিৰতা কেৱল মানসিক কাৰণতেই নহয়, কেতিয়াবা ভিটামিনৰ অভাৱৰ ফলতো হ’ব পাৰে। ভিটামিন বি১২, ভিটামিন ডি আৰু ভিটামিন বি৯ৰ অভাৱ সময়মতে চিনাক্ত কৰি প্ৰতিৰোধ কৰিলে মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰি। সঠিক খাদ্যাভ্যাস, সূৰ্যৰ পোহৰৰ সংস্পৰ্শ আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd