• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰণাংগন কবিতা প্ৰতিযোগিতা’ৰ ফলাফল ঘোষণা ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষৰ

মিণ্টু দাস by মিণ্টু দাস
June 4, 2018 9:42 pm
385
VIEWS
Share on FacebookShare on Twitter

মধ্য অসম নগাঁৱৰ পৰা প্ৰকাশিত একমাত্ৰ মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ অষ্টম বৰ্ষত পদাৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা ‘ৰণাংগন কবিতা প্ৰতিযোগিতা-২০১৮”ৰ ফলাফল ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই কবিতা প্ৰতিযোগিতাত তিনিগৰাকী ভিন্ন স্থানৰ প্ৰতিযোগীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ঘোষণা কৰা ফলাফল অনুসৰি প্ৰথমস্থান অধিকাৰ কৰিছে তেজপুৰৰ পূবালী বৰুৱা শৰ্মাই, দ্বিতীয়স্থান লাভ কৰিছে যোৰহাটৰ কুসুম শইকীয়া আৰু নগাঁৱৰ গৰিমা দাসে তৃতীয়স্থান লাভ কৰিছে।

আনহাতে এটা বিশেষ দিনত প্ৰতিযোগিতাখনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী কবি কেইজনে ক্ৰমান্বয়ে ১০ হাজাৰ, ৭ হাজাৰ, ৫ হাজাৰ টকা আৰু কিতাপৰ টোপোলাৰ উপৰি অংশগ্ৰহণকাৰী সকলো কবিয়ে প্ৰমাণ পত্ৰ লাভ কৰিব বুলি প্ৰকাশন কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

লগতে প্ৰতিযোগিতাখনত কবিসকলৰ যোগদানৰ সঁহাৰিয়ে পৰৱৰ্তী সময়ত বহুলভাৱে সাহিত্য-সংস্কৃতি বিকাশৰ বাবে বিভিন্নধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সঠিক হোৱা বুলিও ৰণাংগন কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে ৰণাংগন প্ৰকাশন কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অসমৰ বিভিন্ন ঠাইৰ দুই শতাধিক কবিয়ে এই কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ফলত ৰণাংগন প্ৰকাশনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো কবিকে অভিনন্দন জনাইছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd