• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 7:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-এ ‘গাজাৰ বাবে মৌনতা’ শীৰ্ষক এক বিশ্বব্যাপী আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । ইয়াৰ দ্বাৰা আক্ৰান্ত পেলেষ্টাইনীসকলৰ প্ৰতি সংহতি প্ৰকাশাৰ্থে সকলোকে প্ৰতিদিনে স্থানীয় সময় অনুসৰি ৰাতি ৯ বজাৰ পৰা ৯:৩০ বজালৈ ম’বাইল ফোন বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত “দখলৰ অৰ্থনীতিৰ পৰা গণহত্যাৰ অৰ্থনীতিলৈ” শীৰ্ষক এক প্ৰতিবেদনে বহুজাতিক প্ৰতিষ্ঠানসমূহে কেনেদৰে গাজাৰ ওপৰত ইজৰাইলৰ অত্যাচাৰৰ সৈতে জড়িত তাৰ বিৱৰণ দাঙি ধৰিছে। এই প্ৰতিষ্ঠানসমূহৰ অনৈতিক ভূমিকাসমূহ উদঙাই দিয়াটো আৰু জনতাৰ সন্মুখত তেওঁলোকক জৱাবদিহি কৰাটো অতিশয় জৰুৰী।

Apply Now

এই প্ৰতিষ্ঠানসমূহে গণহত্যাৰ পৃষ্ঠপোষকতা কৰিও আমাৰ ডিজিটেল ফুটপ্ৰিণ্টৰ পৰা লাভৱান হয়। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত আধা ঘণ্টাৰ বাবে আমাৰ ম’বাইল ফোনবোৰ বন্ধ কৰাটো হ’ব এটা ক্ষুদ্ৰ কিন্তু শক্তিশালী ডিজিটেল ব্যাঘাত, ই ইজৰাইলৰ গণহত্যা আৰু বৰ্ণবৈষম্যমূলক নীতিৰ পৃষ্ঠপোষকতা কৰা ছাৰ্ভেইলেঞ্চ পুঁজিবাদৰ বিৰুদ্ধে এক প্ৰতিবাদ।

চিপিআই(এম)ৰ পলিটব্যুৰ’ই এই বাৰ্তা প্ৰচাৰৰ জৰিয়তে দেশৰ সমগ্ৰ জনসাধাৰণক এই ডিজিটেল প্ৰতিবাদত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে: প্ৰতিবাদৰ সময়ছোৱাত নিজৰ ম’বাইল ফোনসমূহ বন্ধ কৰি ৰাখক আৰু যিকোনো সামাজিক মাধ্যমত পোষ্ট, লাইক, বা মন্তব্য কৰাৰ পৰা বিৰত থাকক। এই আহ্বানৰ প্ৰতি চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে।

‘গাজাৰ বাবে মৌনতা’ শীৰ্ষক বিশ্বজনীন অভিযানত অংশগ্ৰহণৰ জৰিয়তে চিপিআই(এম)-এ পেলেষ্টাইনী জনতাৰ সৈতে থিয় দিছে আৰু ইজৰাইলৰ দ্বাৰা সংঘটিত নৃশংস গণহত্যাৰ বিৰোধিতা কৰিছে। এই সামূহিক মৌনতা এনে ধৰণৰ নৃংশসতাত অংশীদাৰ হোৱাৰ পৰা বিৰত থকাৰ এক প্ৰতিৰোধমূলক মাধ্যম তথা যুদ্ধজনীন অপৰাধসমূহৰ বিৰুদ্ধে কণ্ঠস্বৰ ৰুদ্ধ নোহোৱাৰ এক শক্তিশালী ঘোষণা হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd