• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 7:49 pm
51
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সন্ধিয়া আৰ্জেন্টিনাৰ বুয়েনছ আইৰেছত অৱতৰণ কৰে। দুদিনীয়া  ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। ৫৭ বছৰৰ পিছত এইটোৱেই হৈছে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ আৰ্জেন্টিনালৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্জেন্টিনাৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে বুয়েনছ আইৰেছত অৱতৰণ কৰিছো বুলি সমাজিক মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰে। আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইৰ সৈতে সাক্ষাৎ কৰি বিশদ আলোচনাৰ বাবে আগ্ৰহী বুলি মত প্ৰকাশ কৰি কয়। দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে চলি থকা দ্বিপাক্ষিক সহযোগিতাৰো পৰ্যালোচনা কৰা হ’ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ জয়ছোৱালে জনোৱা মতে, এই ভ্ৰমণে ভাৰত আৰু আৰ্জেন্টিনাৰ বহুমুখী কৌশলগত অংশীদাৰিত্বক আৰু শক্তিশালী কৰিব। ২০২৪ চনত দুয়োখন দেশে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰিছিল। প্ৰতিৰক্ষা, কৃষি, খনন, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগৰ দৰে ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ প্ৰচেষ্টা চলি আছে বুলি সদৰী কৰে। ২০২৪ চনত ভাৰত আৰ্জেন্টিনাৰ পঞ্চম বৃহত্তম বাণিজ্যিক অংশীদাৰ আছিল।

আৰ্জেন্টিনাৰ লিথিয়ামৰ ভঁৰাল যি ভাৰতৰ সেউজ শক্তি পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ, আৰু খনিজ সম্পদ খণ্ডৰ বাণিজ্য উল্লেখযোগ্য। সেয়ে এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু আৰ্জেন্টিনাৰ সম্পৰ্কত নতুন অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd