• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 12:28 pm
113
VIEWS
Share on FacebookShare on Twitter

বিমুদ্ৰাকৰণৰ পিছৰে পৰা চৰকাৰে কেতিয়াও নতুন নোট প্ৰৱৰ্তন বা পুৰণি নোট প্ৰত্যাহাৰৰ কথা অহিলেই সাধাৰণ মানুহৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়। কাৰণ ইয়াৰ দ্বাৰা সাধাৰণ জনতাই অধিক প্ৰভাৱিত হয়। শেহতীয়াকৈ জনসাধাৰণৰ মাজত ৫০ টকীয়া মুদ্ৰা বজাৰত মুকলি হোৱাৰ জল্পনা-কল্পনা দেখিবলৈ পোৱা গৈছে। কিন্তু বুধবাৰে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি কৈছে যে এনে কোনো মুদ্ৰা বজাৰত মুকলি কৰা নাই। প্ৰশ্ন হয় যে তথাপিও এনে জল্পনা-কল্পনাৰ কাৰণ কি?

প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰসংগৰ আঁৰত আছে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এক জনস্বাৰ্থ জড়িত গোচৰ। গোচৰত উল্লেখ থকা মতে বজাৰত ১, ২, ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা থাকিলেও ৫০ টকীয়া মুদ্ৰাৰ অভাৱ। সেয়ে দৃষ্টিহীন লোকৰ সুবিধাৰ্থে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ অনুৰোধ জনোৱা হৈছিল। কিন্তু ২০২২ চনত কেন্দ্ৰৰ এক সমীক্ষাত দেখা গৈছিল যে সাধাৰণ মানুহে গধুৰ মুদ্ৰাতকৈ লঘু নোটক পছন্দ কৰে। এই সমীক্ষাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ পৰিকল্পনা বাতিল কৰে আৰু শপতনামাৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে।

আন হাতে বিবাদীসকলে জনস্বাৰ্থ জড়িত গোছৰত যুক্তি দাঙি ধৰিছিল যে বেছিভাগ নোট এনেদৰে ডিজাইন কৰা হৈছে যাতে দৃষ্টিহীন লোকে স্পৰ্শৰ দ্বাৰা চিনাক্ত কৰিব পাৰে, কিন্তু ৫০ টকীয়া নোটত তেনে বৈশিষ্ট্য নাই। এই কাৰণে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। অৱশ্যে কেন্দ্ৰই সম্প্ৰতি এই প্ৰস্তাৱ নাকচ কৰা বুলি সদৰী কৰিছে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd