• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বনাম ইংলেণ্ড : দ্বিতীয় দিনতো নাই ঋষভ পন্ত, উইকেট কীপাৰ ধ্ৰুৱ জুৰেল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 11, 2025 4:34 pm
102
VIEWS
Share on FacebookShare on Twitter

লৰ্ডছ টেষ্টৰ দ্বিতীয় দিনা আঙুলিৰ আঘাতৰ বাবে খেলৰ পৰা বঞ্চিত হ’ল ভাৰতীয় দলৰ উইকেটকীপাৰ তথা বেটছমেন ঋষভ পন্ত।

লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে তৃতীয়খন টেষ্ট মেচ।

মেচৰ প্ৰথম দিনাই ঋষভ পণ্ট আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁ খেলপথাৰ এৰিবলগীয়া হয়।

পণ্টে খেলপথাৰ এৰি যোৱাৰ পাছত ধ্ৰুৱ জুৰেলে তেওঁৰ ঠাইত উইকেটকীপিঙৰ দায়িত্ব লয়।বিচিচিআইয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “ঋষভ পন্তৰ বাওঁ তৰ্জনী আঙুলিৰ আঘাতৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই। সেয়েহে দ্বিতীয় দিনাও ধ্ৰুৱ জুৰেলে উইকেটকীপিং কৰিব।”

Recent News

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd