• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2025 3:46 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত গহপুৰ আৰু নুমলীগড় সংযোগৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী ব’ৰ্ডে প্ৰকল্পটোৱে পৰিৱেশৰ ওপৰত বিশেষকৈ মাটিৰ স্থিৰতা, ভূগৰ্ভস্থ পানী, পলসৰ গতি আৰু ভূমিকম্পৰ আশংকাৰ ক্ষেত্ৰত প্ৰভাৱৰ বিষয়ে সম্যক অধ্যয়নৰ বাবে অনুৰোধ জনাইছে।

স্থানীয় বন্যপ্ৰাণীৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে সমিতিখনে প্ৰকল্পটোৰ সিতে জড়িত সংস্থা নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডক (এনএইচআইডিচিএল) নিৰ্মাণ স্থানৰ ওচৰৰ জীৱ-জন্তু আৰু ইহঁতৰ বাসস্থান সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ এটা পুঁজি গঠন কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে সুৰংগটোৰ বাবে মানৱ-জীৱ-জন্তুৰ সংঘাত প্ৰশমন আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিচালনাৰ এক বৈজ্ঞানসন্মত পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব বুলিও মত প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে গোলাঘাট জিলাৰ কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চলৰ বাঘ কৰিডৰত প্ৰায় ১৩.৭৭ হেক্টৰ বনভূমি আৰু শোণিতপুৰ জিলাৰ কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চলৰ ডিফল্ট ইক’-চেন্সিটিভ জ’নত ৬১.৫০২৮ হেক্টৰ ভূমিৰ প্ৰয়োজন হ’ব। ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই কিছুমান চৰ্ত সাপেক্ষে এই প্ৰকল্পত অনুমোদনৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

এনবিডব্লিউএলে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি ন্যূনতম বৃক্ষ কটা, সুৰংগ খননৰ ধ্বংসাৱশেষ আৰু পানীৰ কঠোৰ ব্যৱস্থাপনা নিশ্চিত কৰা, লগতে নদীলৈ বৈ যোৱাত বাধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰকল্পস্থলীত শব্দ নিয়ন্ত্ৰণ ব্যৱস্থা যেনে বিস্ফোৰক আৰু যন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত শব্দ আৰু কম্পন হ্ৰাস কৰিবলৈ সাৱধানতা অবলম্বন কৰাৰ লগতে ধূলি নিয়ন্ত্ৰণ ব্যৱস্থা স্থাপন কৰাৰ দিশতো ব’ৰ্ডে গুৰুত্ব আৰোপ কৰিছে।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা সলনি কৰাৰ প্ৰস্তাৱৰ ওপৰতো সমিতিখনে আলোচনা কৰে। আলোচনাত উপনিত সিদ্ধান্ত অনুসৰি প্ৰায় ৪৭০ হেক্টৰ মাটি আঁতৰাই প্ৰায় ৫৬৫ হেক্টৰ মাটি যোগ কৰা হ’ব। কৃষি অঞ্চল আৰু ব্যক্তিগত ঘৰসমূহ অভয়াৰণ্যৰ পৰা বাদ দিয়াৰ লগতে ওচৰৰ কিছুমান জলাশয়কো অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে এই পৰিৱৰ্তন  সাধন কৰা হৈছে ।

আলোচনাৰ অন্তত স্থায়ী সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰে যে, প্ৰস্তাৱটোৰ অনুমোদন দিয়াৰ পূৰ্বে এনবিডব্লিউএলৰ সদস্য ড° আৰ. সুকুমাৰ, মন্ত্ৰালয়ৰ এজন প্ৰতিনিধি আৰু ৰাজ্যৰ বন বিভাগৰ এজন প্ৰতিনিধিক লৈ এখন স্থান পৰিদৰ্শন সমিতি গঠন কৰা হ’ব। ইয়াৰ পিছত হে পৰৱৰ্তী কাৰ্যপন্থাৰ দিশে আগবাঢ়িব পৰা হ’ব বুলি মত প্ৰাকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd