• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 8:56 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে গগন যানৰ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ কৰিছে। সেই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি ইছৰোৱে গগন যানৰ ইঞ্জিন সফলতাৰে পৰীক্ষা কৰিলে। ইছৰোৱে শনিবাৰে ঘোষণা কৰে যে গগন যানৰ অভিযানৰ বাবে নিৰ্মাণ কৰা চাৰ্ভিচ মডিউল প্ৰপালচন চিষ্টেমে (এছএমপিএছ) অৰ্হতা পৰীক্ষাত উত্তীৰ্ণ হৈছে। শুকুৰবাৰে এছ এম পি এছৰ পাৰফৰমেন্স টেষ্ট কৰা হয়। সেই পৰীক্ষাত ইঞ্জিনটোৱে সম্পূৰ্ণ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।

ইছৰ’ই জনাইছে যে এই পৰীক্ষা ‘ফ্লাইট অৱ নমিনেল মিছন প্ৰফাইল’ৰ বাবে কৰা হৈছিল। ই এখন বিমানৰ উৰণ পথ আৰু অন্যান্য গতি নিয়ন্ত্ৰণ কৰে। সেই ইঞ্জিনৰ সফল পৰীক্ষণক গগনিয়ানৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয়। জনা যায় যে এই ইঞ্জিনে গগণিয়ানক মহাকাশলৈ যোৱাৰ পিছত নিয়ন্ত্ৰণ আৰু আগুৱাই নিব। ইয়াৰ সহায়ত কক্ষপথ সলনি, দিশ সলনি, আৰু মহাকাশযানৰ গতি লেহেমীয়া আৰু ত্বৰান্বিত কৰা হ’ব। ইয়াৰ উপৰিও ই পৃথিৱীলৈ ঘূৰি অহাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াত দুবিধ ইন্ধন ব্যৱহাৰ কৰা হ’ব। বৃহৎ অপাৰেচনৰ বাবে লিকুইড এপ’জি মটৰ ব্যৱহাৰ কৰা হ’ব। থ্ৰাষ্টাৰৰ বাবে বিক্ৰিয়া নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰা হ’ব।

Apply Now

এই মডেলটো ইছৰ’ই কমেও ২৪ বাৰ বিভিন্ন পৰিৱেশত পৰীক্ষা কৰিছে। ইয়াক ১৪ হাজাৰ ছেকেণ্ড চলাই মহাকাশচাৰীৰ বাবে ইঞ্জিন সাজু হৈছে নে নাই পৰীক্ষা কৰা হৈছিল। সম্পূৰ্ণ নম্বৰ লৈ ইঞ্জিনটোৱে সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হয়। যাৰ অৰ্থ হ’ল ইছৰো এতিয়া মহাকাশচাৰীৰ বাবে নিৰাপদ মহাকাশযান প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

মন কৰিবলগীয়া যে গগন যানৰ অভিযান ভাৰতৰ প্ৰথম মানৱ মহাকাশ যাত্ৰা অভিযান। ইয়াৰ লক্ষ্য ভাৰতৰ হৈ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ লগতে মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰা। সেই উদ্দেশ্যে সুভাংশু শুক্লা ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে। এই গগনিয়ান অভিযানৰ একাধিক পৰ্যায় আছে। যদি সকলো সফলভাৱে সম্পূৰ্ণ হয় তেন্তে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া, চীনৰ পিছতে ভাৰত বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd