• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 6:10 pm
125
VIEWS
Share on FacebookShare on Twitter

বলবৎকাৰী সঞ্চালকালয় (ইডি)য়ে এটা বৃহৎ চাইবাৰ জালিয়াতিৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় সংস্থাটোৱে দেশৰ চাৰিখন চহৰ—পুনে, আহমেদাবাদ, জয়পুৰ আৰু জবলপুৰত অভিযান চলাইছে। এই অভিযানত ১.১৮ কোটি টকা নগদ, ৭ কেজি সোণ, ৬২ কেজি ৰূপ আৰু ৯.২ কোটি টকাৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰা হৈছে।

ইডিৰ সূত্ৰ অনুসৰি, এই চহৰসমূহত ভুৱা কল চেণ্টাৰৰ জাল বিয়পি পৰিছে। পুনেৰ এটা ভুৱা কল চেণ্টাৰত অভিযানৰ পিছত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তাৰ পিছত ইডিৰ দল পুনেৰ বাহিৰে আহমেদাবাদ, জয়পুৰ আৰু জবলপুৰতো অভিযান চলায়। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে দেশৰ বিভিন্ন চহৰত এটা বৃহৎ চাইবাৰ জালিয়াতিৰ নেটৱৰ্ক সক্ৰিয় হৈ আছে, যিয়ে কল চেণ্টাৰৰ জৰিয়তে ধন লুণ্ডাৰ কৰি আছে। এই গেঙৰ মূল লক্ষ্য হৈছে আমেৰিকাৰ বাসিন্দাসকল।

উল্লেখ্য যে পুনেৰ এটা কোম্পানীৰ বিৰুদ্ধে একাধিক অভিযোগৰ পিছত ইডিয়ে তদন্ত আৰম্ভ কৰিছে। এই তথ্যৰ ভিত্তিত চাৰিখন চহৰত অভিযান চলোৱা হৈছে। তদন্তকাৰীয়ে জয়পুৰৰ পৰা সঞ্জয় মৰে আৰু অজিত ছোনী নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে, যিসকলক এই জালিয়াতিৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হৈছে।

ইডিয়ে জনোৱা মতে, পুনে চাইবাৰ আৰক্ষীৰ দাখিল কৰা এফআইআৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হৈছে। এই এফআইআৰত পুনেৰ প্ৰাইড আইকন বিল্ডিংৰ নৱম মহলাত চলি থকা এটা ভুৱা কল চেণ্টাৰৰ সৈতে জড়িত আঠজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। তদন্তৰ পৰা জানিব পৰা গৈছে যে এই জালিয়াতিৰ নেটৱৰ্ক অতি বিস্তৃত।

এই জালিয়াতিৰ ‘মুখ্য কাৰ্যালয়’ পুনেৰ প্ৰাইড আইকন বিল্ডিংত অৱস্থিত। ২০২৪ চনৰ জুলাই মাহৰ পৰা এই কল চেণ্টাৰৰ কাম আৰম্ভ হৈছিল। প্ৰৱঞ্চকসকলে ঋণৰ প্ৰলোভন দেখুৱাই বিশেষকৈ আমেৰিকাৰ বাসিন্দাসকলক প্ৰতাৰণা কৰিছিল। তেওঁলোকে বেংকিং তথ্যৰ লগতে গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি ধন আত্মসাৎ কৰিছিল। এই গেঙৰ সৈতে বহু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমান তদন্তকাৰীয়ে এই জালিয়াতিৰ অন্যান্য সদস্য আৰু মাষ্টাৰমাইণ্ডৰ সন্ধান কৰি আছে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd