• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলবৎকাৰী সঞ্চালকালয় (ইডি)য়ে এটা বৃহৎ চাইবাৰ জালিয়াতিৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় সংস্থাটোৱে দেশৰ চাৰিখন চহৰ—পুনে, আহমেদাবাদ, জয়পুৰ আৰু জবলপুৰত অভিযান চলাইছে। এই অভিযানত ১.১৮ কোটি টকা নগদ, ৭ কেজি সোণ, ৬২ কেজি ৰূপ আৰু ৯.২ কোটি টকাৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰা হৈছে।

ইডিৰ সূত্ৰ অনুসৰি, এই চহৰসমূহত ভুৱা কল চেণ্টাৰৰ জাল বিয়পি পৰিছে। পুনেৰ এটা ভুৱা কল চেণ্টাৰত অভিযানৰ পিছত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তাৰ পিছত ইডিৰ দল পুনেৰ বাহিৰে আহমেদাবাদ, জয়পুৰ আৰু জবলপুৰতো অভিযান চলায়। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে দেশৰ বিভিন্ন চহৰত এটা বৃহৎ চাইবাৰ জালিয়াতিৰ নেটৱৰ্ক সক্ৰিয় হৈ আছে, যিয়ে কল চেণ্টাৰৰ জৰিয়তে ধন লুণ্ডাৰ কৰি আছে। এই গেঙৰ মূল লক্ষ্য হৈছে আমেৰিকাৰ বাসিন্দাসকল।

Apply Now

উল্লেখ্য যে পুনেৰ এটা কোম্পানীৰ বিৰুদ্ধে একাধিক অভিযোগৰ পিছত ইডিয়ে তদন্ত আৰম্ভ কৰিছে। এই তথ্যৰ ভিত্তিত চাৰিখন চহৰত অভিযান চলোৱা হৈছে। তদন্তকাৰীয়ে জয়পুৰৰ পৰা সঞ্জয় মৰে আৰু অজিত ছোনী নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে, যিসকলক এই জালিয়াতিৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হৈছে।

ইডিয়ে জনোৱা মতে, পুনে চাইবাৰ আৰক্ষীৰ দাখিল কৰা এফআইআৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হৈছে। এই এফআইআৰত পুনেৰ প্ৰাইড আইকন বিল্ডিংৰ নৱম মহলাত চলি থকা এটা ভুৱা কল চেণ্টাৰৰ সৈতে জড়িত আঠজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। তদন্তৰ পৰা জানিব পৰা গৈছে যে এই জালিয়াতিৰ নেটৱৰ্ক অতি বিস্তৃত।

এই জালিয়াতিৰ ‘মুখ্য কাৰ্যালয়’ পুনেৰ প্ৰাইড আইকন বিল্ডিংত অৱস্থিত। ২০২৪ চনৰ জুলাই মাহৰ পৰা এই কল চেণ্টাৰৰ কাম আৰম্ভ হৈছিল। প্ৰৱঞ্চকসকলে ঋণৰ প্ৰলোভন দেখুৱাই বিশেষকৈ আমেৰিকাৰ বাসিন্দাসকলক প্ৰতাৰণা কৰিছিল। তেওঁলোকে বেংকিং তথ্যৰ লগতে গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি ধন আত্মসাৎ কৰিছিল। এই গেঙৰ সৈতে বহু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমান তদন্তকাৰীয়ে এই জালিয়াতিৰ অন্যান্য সদস্য আৰু মাষ্টাৰমাইণ্ডৰ সন্ধান কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd