• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 1:27 pm
69
VIEWS
Share on FacebookShare on Twitter

নিপাহ ভাইৰাছৰ আতংকত স্বাস্থ্য বিভাগে কেৰেলাৰ পলাক্কাড, মালাপ্পুৰম, কোজিকোড, কান্নুৰ, ৱায়ানাড আৰু থ্ৰিছুৰ জিলাত উচ্চ সতৰ্কতা জাৰি কৰিছে।

প্ৰকৃততে এই নিপাহ ভাইৰাছ কি? জানো আহঁক।

নিপাহ এটা মাৰাত্মক জেনেটিক ভাইৰাছ। মহামাৰী বিশেষজ্ঞ ডাঃ যুগল কিশোৰে বুজাইছে যে, এই বেমাৰৰ মূল উৎস হৈছে ফল খোৱা বাদুলি। নিপাহ ভাইৰাছত আক্ৰান্ত প্ৰাণী, আক্ৰান্ত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে বিয়পিব পাৰে।

সাধাৰণতে এই ভাইৰাছৰ লক্ষণ হৈছে জ্বৰ, মূৰৰ বিষ, কাহ, উশাহ-নিশাহত সমস্যা, বমি, কথা ক’ব নোৱাৰালৈ পৰিণত হ’ব পাৰে।

এই ভাইৰাছ বিশষকৈ প্ৰাণীৰ পৰা মানুহলৈ বিয়পিব পাৰে। অৰ্থাৎ ফল খোৱা বাদুলি নাইবা আক্ৰান্ত জীৱ-জন্ত যেনে গাহৰিৰ দৰে ঘৰচীয়া জীৱ-জন্তুৱেও এই ভাইৰাছ বিয়পাব পাৰে, সংক্ৰমিত ব্যক্তিৰ অতি ওচৰলৈ আহিলে তেওঁৰ লালটি, তেজ, বা প্ৰস্ৰাৱৰ স্পৰ্শ কৰিলে আন ব্যক্তিলৈ বিয়পিব পাৰে।

উল্লেখ্য যে, কেৰালাৰ পালাক্কাড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত ৫৮ বছৰীয়া এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। এই ঘটনাৰ পাছত মুঠ ৪৮৫ জন লোকৰ দেহত এই ভাইৰাছ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত কেইবাজনক কোৱাৰেণ্টাইনত ৰখা হৈছে।

Recent News

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

ইৰাকৰ হাইপাৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৬০ জন লোকৰ মৃত্যু, সন্ধানহীন ১১ জন

ইৰাকৰ হাইপাৰ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৬০ জন লোকৰ মৃত্যু, সন্ধানহীন ১১ জন

অনিমেষ কুজুৰ: ভাৰতৰ আটাইতকৈ দ্ৰুততম মানৱ

অনিমেষ কুজুৰ: ভাৰতৰ আটাইতকৈ দ্ৰুততম মানৱ

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

আকৌ এক সংকটৰ সংকেত! নিপাহ ভাইৰাছৰ আশংকাত স্বাস্থ্য বিভাগৰ সতৰ্কতা জাৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd