• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ বস্তোলা ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ৰে’লৰ খুন্দাত নিহত তিনিটাককৈ হাতী। খৰগপুৰ-টাটানগৰ পথত চলি থকা এখন ৰে’লে খুন্দা মাৰে ৰে’লপথ পাৰ হৈ যোৱা সাতজনীয়া হাতীৰ জাকত। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুটা হাতী পোৱালি আৰু এটা প্ৰাপ্তবয়স্ক হাতী।

দুৰ্ঘটনাটোৰ পিছতে জাকৰ আন চাৰিটা হাতী সেই স্থানতে আবদ্ধ হৈ পৰে। অঞ্চলটো পৰিষ্কাৰ কৰাৰ পিছত ৰে’লৱেৰ বিষয়াসকলে ক্ৰেনৰ সহায়ত হাতীৰ মৃতদেহবোৰ আঁতৰাই পেলায়। অস্বাভাৱিকভাবে দেশ জুৰি বাঢ়িবলৈ ধৰিছে হাতীমানুহৰ সংঘাত। ভাৰতৰ বিভিন্ন ৰাজ্যত ৰে’লপথ পাৰ হোৱাৰ সময়তে হাতী আৰু অন্যান্য বন্যপ্ৰাণীক খুন্দা মৰাৰ কেইবাটাও খবৰ আহিছে। এই বন্যপ্ৰাণীসমূহৰ বাবে নিৰাপদ পথৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত, যেতিয়া বণ্যপ্ৰাণীবোৰে খাদ্য আৰু উন্নত বাসস্থানৰ সন্ধানত যাত্ৰা কৰে।

Apply Now

জানিব পৰা মতে এই সমস্যাৰ সমাধানৰ বাবে হাতীৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামিলনাডু, ওড়িশা, অসম আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যত ৰে’লৰ চালকক ট্ৰেকৰ সমীপত হাতী ধৰা পেলোৱাত সহায়ক হোৱাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। এই ব্যৱস্থাই চেন্সৰ আৰু কেমেৰা ব্যৱহাৰ কৰি হাতী ধৰা পেলায় আৰু ৰে’ল পৰিচালকসকললৈ সতৰ্কবাণী প্ৰেৰণ কৰে, যাৰ ফলত প্ৰয়োজন হ’লে ৰে’লৰ গতি লেহেমীয়া বা ৰখাব পৰা যায়।

এই প্ৰযুক্তি এতিয়াও বিকশিত হৈ আছে আৰু সমগ্ৰ দেশতে ইয়াৰ ব্যাপক ব্যৱহাৰ প্ৰয়োজনীয়। শেহতীয়াকৈ ৰে’ল সেৱা দুঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল যাতে ৰে’লপথত হাতী নিৰাপদে প্ৰসৱ কৰিব পাৰে।ভাৰত চৰকাৰে ৰে’লপথত বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থাৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে। বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ হোৱা এশৰো অধিক স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰি হাতীক ট্ৰেকৰ কাষ চাপিব নোৱাৰাকৈ শব্দ উৎপন্ন কৰা যন্ত্ৰ স্থাপন কৰিছে। ইয়াৰ উপৰিও ৰাতি থাৰ্মেল কেমেৰা ব্যৱহাৰ কৰি ৰে’ল পৰিচালকসকলক কম দৃশ্যমানতাৰ পৰিস্থিতিত জীৱ-জন্তু দেখা পোৱাত সহায় কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd