• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 8:30 pm
109
VIEWS
Share on FacebookShare on Twitter

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত বৃহৎ বণিয়াৰ দ্বাৰা অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ কিছু তথ্য সঁচাকৈয়ে ভীষণ উদ্বেগজনক বুলি উল্লেখ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

সৌৰশক্তি প্রকল্প, কমপ্ৰেজড্ বায়’গেছ প্রকল্প, চিমেন্ট ফেক্টৰী, চেটেলাইট টাউনশ্বীপ, তাপবিদ্যুৎ প্রকল্প আদিৰ নামত অসমৰ কাৰ্বি আংলং, ডিমা হাচাও, বিটিআৰ, ৰাভা হাছং আদিৰ দৰে কেৱল জনজাতীয় আৱেষ্টনী (ট্রাইবেল বেল্ট) আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ প্ৰায় ৪৯ হাজাৰ বিঘা মাটি আদানী – আম্বানিক দিবলৈ বিচৰা হৈছে বুলিও ভূঞাই উল্লেখ কৰে।

সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, ‘মাত্র ৪ মাহত অসমৰ জনজাতীয় মানুহৰ ৪৯ হাজাৰ বিঘা মাটি পানীৰ দৰত চিৰদিনলৈ বৃহৎ বণিয়াক হস্তান্তৰ কৰিব খোজা বিষয়টো এক ভয়াবহ কথা। ইয়াৰ ফলত জনজাতীয় মানুহৰ জীৱন জীৱিকালৈ ব্যাপক ভাবুকি আহিব আৰু জনজাতীয় প্রধান অঞ্চলবোৰ বহিৰাগত বৃহৎ বণিয়াৰ কলনীত পৰিণত হব। আমি যদি এই কথাৰ এতিয়াই তীব্র বিৰোধিতা নকৰো, তেন্তে ভৱিষ্যতে ভূমিপুত্রসকলৰ জাতি – ভেটি – মাটি একো বাচি নাথাকিব।’

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

মানাহ নদীৰ পাৰৰ অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে পৰিৱেশ আৰু জনজীৱনৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd