• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2025 2:58 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কৈ ৰাজ্যত বাঢ়িছে খৰাংৰ প্ৰকোপ! প্ৰাথমিক মূল্যায়নৰ তথ্য অনুসৰি, অসমৰ ১৪খন জিলাত উচ্চ হাৰত বৰষুণ হ্ৰাস পৰিলক্ষিত হৈছে, আনহাতে বাকী ১৩খন জিলাত বৰষুণৰ ঘাটি দেখিবলৈ পোৱা গৈছে। মুঠ ২৭খন জিলাক বৰষুণৰ ঘাটিৰ সন্মুখীন হোৱা অঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

শনিবাৰে মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন মাহেকীয়া পৰ্যালোচনা বৈঠকত জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ সম্পাদকসকলে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত তিনিটা সূচকৰ ভিত্তিত প্ৰভাৱিত অঞ্চলসমূহ চিনাক্ত কৰি সীমা নিৰ্ধাৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে খৰাং ঘোষণাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

Apply Now

এই প্ৰক্ৰিয়াত সহায়ৰ বাবে কৃষি বিভাগক গ্ৰাম পঞ্চায়ত ভিত্তিক তথ্য ভাগ-বতৰা কৰিবলৈ কোৱা হৈছে। জলসিঞ্চন বিভাগক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা কৃষি বিভাগৰ সহযোগিতাত ক্ষতিগ্ৰস্ত অঞ্চলত পাম্প ব্যৱহাৰ কৰি তাৎক্ষণিক সকাহ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জানিব পৰামতে ইতিমধ্যে উপলব্ধ সকলো পাম্পৰ জিলাভিত্তিক মেপিং সম্পূৰ্ণ কৰা হৈছে। লগতে, জলসিঞ্চনৰ চাহিদা পূৰণৰ বাবে প্ৰয়োজনীয় ঠাইত অকাৰ্যকৰী নলী পুনৰ কাৰ্যক্ষম কৰা হ’ব।

মুখ্য সচিবে কয়, কৃষকসকলৰ মাজত ফলপ্ৰসূ প্ৰচাৰৰ বাবে পি এণ্ড আৰ ডি আই এম ডিৰ পূৰ্বাভাস প্ৰচাৰৰ দায়িত্ব চিঅ’, বিডিঅ’ আৰু পঞ্চায়ত পৰ্যায়ৰ বিষয়াসকলক দিয়া হৈছে। ইয়াৰ জৰিয়তে বীজ সিঁচাৰ পৰামৰ্শ প্ৰদান কৰা হ’ব, যাতে কৃষকসকলে এই জটিল সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত ক্ষতিপূৰণৰ ব্যৱস্থা পৰ্যালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে সময়মতে সমৰ্থন নিশ্চিত কৰিবলৈ শস্যৰ ক্ষতিৰ সঠিক মূল্যায়নৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্তসকলক। আগন্তুক ১২ আগষ্টত দহটা নতুন সহ-জিলা কেন্দ্ৰ (চিডিচি) আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব, আৰু ১৫ আগষ্টৰ পৰা গোৱালপাৰা জিলাত কাৰ্যক্ষম হ’ব।

ইয়াৰ উপৰিও, আগন্তুক বিটিচি নিৰ্বাচন, স্বাধীনতা দিৱস উদযাপন, এডভান্টেজ আছাম ২.০ৰ সময়ত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ স্থিতি পুনৰীক্ষণ, আৰু সকলো জিলাত ক্ৰেডিট ডিপ’জিট (চিডি) অনুপাতৰ বিষয়েও বৈঠকত আলোচনা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd