• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি গণিত প্ৰতিযোগিতাৰ আটাইতকৈ সন্মানীয় মঞ্চ ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড (IMO) ২০২৫ত ভাৰতীয় দলে চমৎকাৰী প্ৰদৰ্শন দেখুৱাইছে। অষ্ট্ৰেলিয়াৰ চানশ্বাইন ক’ষ্টত অনুষ্ঠিত এই ৬৬ সংখ্যক অলিম্পিয়াডত ভাৰত ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ কৰিবলৈ সক্ষম হয়। দেশটোৱে মুঠ ১৯৩ পইণ্ট অৰ্জন কৰি নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।

তিনিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জসহ ভাৰতীয় দলে এইবাৰ মুঠ ৬টা পদক লাভ কৰিবলৈ সক্ষম হয়। স্বৰ্ণ পদক লাভ কৰা ছাত্ৰসকল হৈছে কনভ তালৱাৰ, আৰৱ গুপ্তা আৰু আদিত্য মাংগুদী। তদুপৰি এবেল জৰ্জ মেথিউ আৰু আদিছ জৈনে ৰূপৰ পদক আৰু আৰ্চিত মানসে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, দলটোৰ চাৰিজন সদস্য দিল্লীৰ বুলি জানিব পৰা গৈছে।

Apply Now

ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (ISI) দিল্লীৰ অধ্যাপক শান্তা লেশ্ৰামে। তেওঁৰ সহযোগী আছিল ISI বেংগালুৰুৰ ডাঃ মাইনক ঘোষ। দলটোৰ সৈতে পৰ্যবেক্ষক হিচাপে আছিল MITৰ অতুল শতাৱৰ্ত নাদিগ আৰু ডাঃ ৰিজুল ছাইনী।

উল্লেখ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে  IMOত তিনিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ১৯৯৮ চনতো এনে সফলতা অৰ্জন কৰিছিল। ভাৰতে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে IMOত অংশগ্ৰহণ কৰিছিল আৰু এতিয়ালৈকে ৭ বাৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। হোমি ভাৱা চেণ্টাৰ ফৰ চাইন্স এডুকেচন (HBCSE) আৰু টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR) ভাৰতৰ ছাত্ৰ-ছাত্ৰী নিৰ্বাচন আৰু প্ৰশিক্ষণৰ দায়িত্বত থাকে।

এইবাৰৰ অলিম্পিয়াডৰ এটা উল্লেখযোগ্য দিশ হ’ল Open AI ৰ অংশগ্ৰহণ। AI মডেলটোৱে ৬টা প্ৰশ্নৰ ভিতৰত ৫টা সফলভাৱে সমাধান কৰি স্বৰ্ণ পদক লাভ কৰে। AIৰ এনে সফলতাই আগন্তুক সময়ত গণিত অলিম্পিয়াডৰ দিশ আৰু প্ৰযুক্তিৰ ভূমিকা সন্দৰ্ভত গভীৰ চৰ্চা লাভ কৰিছে।

প্ৰসংগ ক্ৰমে বিশ্বজুৰি গাণিতিক প্ৰতিভাৰ পৰীক্ষাৰ বাবে IMO এক অতি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে দুদিন ধৰি ৪.৩০ ঘণ্টাৰ কঠিন লিখিত পৰীক্ষা দিয়ে। গভীৰ যুক্তি, চিন্তন আৰু সমস্যা সমাধানৰ ক্ষমতাক ইয়াত মূল্যায়ন কৰা হয়। ভাৰতৰ এই সফলতাই দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ গাণিতিক সক্ষমতাৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd