• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 11:38 am
173
VIEWS
Share on FacebookShare on Twitter

অসমৰ বঙাইগাঁও জিলাত সোমবাৰে বৰপাৰাৰ ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা লোক নিৰ্মান বিভাগৰ কনিষ্ঠ অভিযন্তা যোশিতা দাসক। এতিয়া কনিষ্ঠ অভিযন্তা গৰাকীৰ আত্মহত্যাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। ইতিমধ্যে বিষয়াসকলে নিশ্চিত কৰিছে যে তেওঁ আত্মহত্যা কৰিছিল আৰু তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে।

জানিব পৰা মতে যোশিতাই এখন ছুইচাইড নোট লাভ কৰিছে। তেওঁ পত্ৰখনত পিডব্লিউডিৰ দুজন জ্যেষ্ঠ বিষয়া – প্ৰাক্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু প্ৰাক্তন এছডিঅ’ আমিনুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। নোটখনত অভিযোগ কৰা হৈছে যে উল্লেখযোগ্য পদ্ধতিগত সমস্যাৰ সত্ত্বেও “গোসাইগাঁও এল এ চিৰ অধীনত বৰসোজগাঁৱৰ মিন ষ্টেডিয়াম” প্ৰকল্পটোৰ এজন ঠিকাদাৰৰ বিল ক্লিয়াৰ কৰিবলৈ বিষয়াসকলে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল।

যোশিতাই দাবী কৰে যে মেছাৰ্ছ এচেটিক ক্ৰিয়েচনছৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকে সম্পন্ন কৰা এই প্ৰকল্পত উপযুক্ত স্থাপত্যৰ অংকন আৰু নথি-পত্ৰ নাছিল। অভিযোগ অনুসৰি কোনো ছাইট ইঞ্জিনিয়াৰ বা পৰ্যাপ্ত সহায় নোলোৱাকৈয়ে  এককভাৱে প্ৰকল্পটো পৰিচালনা কৰিবলৈ বাধ্য হৈছিল। তদুপৰি স্থপতিবিদ দেৱজিৎ শৰ্মাই কেইবাটাও আসোৱাহ থকাৰ প্ৰতিবেদন দাখিল কৰিছিল যদিও আওকাণ কৰা হৈছিল বুলি কৰাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ মেধি আৰু ইছলামক ক্ৰমে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল আৰু মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ বদলি কৰাৰ পিছতো যোশিতাক হেঁচা প্ৰয়োগ কৰা অব্যাহত ৰাখিছিল।

ঘটনাৰ পিছতে ভুক্তভোগীৰ মাতৃয়ে বঙাইগাঁও আৰক্ষী থানাত এফআইআৰ দাখিল কৰি বিতৰ্কিত প্ৰকল্পটোক লৈ বিষয়া দুগৰাকীয়ে কন্যাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। সাংবাদিকৰ আগত তেওঁৰ মাতৃয়ে কয় যে তেওঁৰ কৰ্মৰ ওপৰত চৰম হেঁচা লাভ কৰাৰ লগতে আৰু মানসিক সমস্যাতো ভুগিছিল।

ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আৰু এই ছুইচাইড নোটখনৰ আধাৰত তদন্তৰ আৰম্ভ কৰিছে। এই ঘটনাই জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে কৰ্মক্ষেত্ৰত হাৰাশাস্তি, দুৰ্নীতি আৰু চৰকাৰী পদত থকা যুৱ পেছাদাৰীসকলৰ মানসিক স্বাস্থ্যৰ সহায়ৰ অভাৱক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd