• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 23, 2025 2:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ ছদ্মৱেশ ধৰি অশালীন কাণ্ড, ব্লেকমেইল। এক ভয়ংকৰ চাইবাৰ জালিয়াতিৰ বলি হৈছে বেংগালুৰুৰ দুগৰাকী যুৱতী।

অভিযোগ অনুসৰি মুম্বাই আৰক্ষীৰ ৰূপ লৈ এদল প্ৰৱঞ্চকে ভিডিঅ’ কল (ডিজিটেল এৰেষ্ট) কৰি তেওঁলোকক হাৰাশাস্তি কৰে। যোৱা ১৭ জুলাইত সংঘটিত হয় এই ঘটনা।

Apply Now

সূত্ৰ অনুসৰি সেইদিনা যুৱতী দুগৰাকীলৈ এটা ফোন আহে। ফোনকলত অপৰাধীয়ে তেওঁলোকক মুম্বাই আৰক্ষী বুলি পৰিচয় দিয়ে।

প্ৰৱঞ্চকে কয় যে যুৱতী দুগৰাকী জেট এয়াৰৱেজৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত। লগতে, কোৱা হৈছিল যে মানৱ সৰবৰাহ আৰু হত্যাৰ দৰে অপৰাধত তেওঁলোক জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰৱঞ্চক কেইজনৰ হাতত আছিল যুৱতীগৰাকীৰ আধাৰ নম্বৰকে ধৰি কেইবাটাও ব্যক্তিগত তথ্য। ভুৱা গ্ৰেপ্তাৰৰ পৰোৱানাও দেখুৱাইছিল। তাৰ পিছত আৰ বি আই আৰু চি বি আইৰ গাইডলাইনৰ ভিত্তিত  ‘ভেৰিফিকেচন’ৰ বাবে ধন দিব লাগে বুলি দাবী কৰি তেওঁলোকৰ পৰা ৫৮,৪৭৭ টকা লয় প্ৰৱঞ্চকে।

কেৱল এয়াই নহয়৷ হোৱাটছএপত ভিডিঅ’ কল কৰি যুৱতী দুগৰাকীক উলংগ কৰিবলৈ বাধ্য কৰাইছিল প্ৰৱঞ্চকসকলে। তেওঁলোকৰ শৰীৰত গুলীৰ চিন বা টেটু আছে নে নাই পৰীক্ষা কৰিবলৈ এই ‘শাৰীৰিক পৰীক্ষা’ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছিল! তেওঁলোকক ভাবুকি দি কোৱা হৈছিল যে তেওঁলোক এতিয়া ‘ডিজিটেল আৰু হাউচ এৰেষ্ট’ত আছে, আৰু কেমেৰা বন্ধ কৰিলে অধিক বিপদ হ’ব।

প্ৰায় ৯ ঘণ্টা ধৰি এনেদৰে চলি থাকিল। কিন্তু নিশা ৮ বজালৈকে এগৰাকী যুৱতীয়ে বন্ধু এজনক এই ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পৰাই জালিয়াতিৰ সমগ্ৰ কাণ্ড উন্মোচিত হ’ল।

পিছদিনা যুৱতী দুগৰাকী থানালৈ গ’ল। পিছত তেওঁলোকে শিৱজিনগৰৰ চাইবাৰ এণ্ড ইকনমিক অফেন্স শাখা (CEN Crime Branch)ত এজাহাৰ দাখিল কৰে। প্ৰৱঞ্চকৰ ফোন নম্বৰ আৰু ইউ পি আইৰ লেনদেনৰ সবিশেষ আৰক্ষীক গতাই দিয়াৰ পিছতে অভিষেক নামৰ এজন লোকৰ নাম পোহৰলৈ আহে।

আৰক্ষীয়ে জনোৱা মতে, তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

যুৱতীকেইগৰাকীয়ে তেওঁলোকৰ সৈতে হোৱা ভিডিঅ’ কলৰ কোনো ফুটেজ যাতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ নহয় তাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd