• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 7:56 pm
295
VIEWS
Share on FacebookShare on Twitter

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰিছে জগদীপ ধনখড়ে। স্বাস্থ্যজনিত কাৰণত সোমবাৰে পদত্যাগ কৰে। কিন্তু মঙলবাৰে কংগ্ৰেছে দাবী কৰিছিল যে ধনখড়ৰ পদত্যাগৰ আঁৰত আৰু গভীৰ কাৰণ আছে, যিটো ৰাজহুৱা কৰা হোৱা নাছিল। এই মন্তব্যক লৈ ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, পদত্যাগৰ নিশা ধনখড়ে নিজৰ সামগ্ৰী পেক কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে মঙলবাৰে তেওঁৰ পদত্যাগৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। খবৰ অনুসৰি চৰকাৰৰ সিদ্ধান্ত ঘোষণাৰ পূৰ্বেই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বাসভৱন এৰি যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল।

প্ৰায় ১৫ মাহৰ আগতে ২০২৪ চনৰ এপ্ৰিল মাহত তেওঁ এই নতুন বাসগৃহটোলৈ স্থানান্তৰিত হৈছিল।সংসদ বিল্ডিং কমপ্লেক্সৰ কাষত থকা চাৰ্চ ৰোডৰ এই আধুনিক ভৱনটো চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হৈছিল। উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয় দুয়োটা আছিল। তেওঁ এতিয়া সেই বাসগৃহ এৰি যাবলৈ ওলাইছে।

কেইবাজনো বিৰোধী দলৰ নেতাই প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব বিচাৰিছিল। কিন্তু সময় নথকাৰ বাবে লগ পোৱা সম্ভৱ নহ’ল। সোমবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউত আৰু এন চি পিৰ নেতা শৰদ পাৱাৰে সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছিল। খবৰ পোৱা গৈছে যে তেওঁলোককো সময় দিয়া হোৱা নাছিল।

২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ৭৪ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল।কিন্তু তাৰ বহু আগতেই তেওঁ কাৰ্যভাৰ এৰিছিল। কিয়? সেই প্ৰশ্নৰ সঠিক উত্তৰ এতিয়াও লুকাই আছে। অৱশ্যে সমগ্ৰ দেশতে তীব্ৰ আলোচনা আৰম্ভ হৈছে।

Recent News

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

বিশ্বৰ সকলো দেশেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম কৰিব লাগিবঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

বিশ্বৰ সকলো দেশেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কাম কৰিব লাগিবঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!

ছবিৰ পৰা মাৰ্চিডিজলৈ– ধনখড়ৰ বিভিন্ন দাবীক লৈ আৰম্ভ হোৱা সংঘাতৰ পদত্যাগেৰে পৰিছিল অন্ত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd