• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত বিশ্ব পৰিৱেশ দিৱস পালন; ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 5, 2018 10:04 pm
World environment day at Barpeta
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা ১০ বজাত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপন আৰু চাফাই অভিযান অনুষ্ঠিত হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসে গছপুলি ৰোপণেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰে।

কাৰ্যবাহী অভিযন্তা গৰাকীয়ে গছপুলি ৰোপন কাৰ্যসূচীত অংশ লোৱা বিভাগটোৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰসকলক এজোপাকৈ গছপুলি নিজৰ বাসগৃহৰ চৌহদত ৰোপন কৰাৰো আহ্বান জনায়।

Apply Now

গছপুলি ৰোপন আৰু চাফাই অভিযানত উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ঘনশ্যাম কলিতা, সহকাৰী কাৰ্যবাহী অভিযন্তা (টিচি) প্ৰাঞ্জল পাঠক, সংমণ্ডলটোৰ মুখ্য সহায়ক দ্বিজেন্দ্ৰ নাথ দাস, জ্যেষ্ঠ সাংবাদিক দ্বিজেন দাসৰ উপৰি বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰসকলে অংশগ্ৰহণ কৰে।

ইপিনে বৰপেটা জিলাৰ অন্তৰ্গত ১১৭৮ নং দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়খনৰ নৱনিৰ্মিত মুখ্য তোৰণখন উদ্বোধন কৰি বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি প্ৰদান কৰে।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাৰে পৰা চেঙা সমষ্টিৰ অন্তৰ্গত নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চিত্ৰাংকণ, শ্ল’গান আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

একেদৰে সৰ্বশিক্ষা অভিযান মিচন, বৰপেটাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ চি ই ই নৰ্থ-ইষ্ট, সুভম মণিকাঞ্চন আৰু সামাজিক বনানীকৰণৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানতে সৰ্বশিক্ষা অভিযান মিচনৰ তৰফৰ পৰা প্ৰতি বছৰে সাহিত্যিক, সাংবাদিক, চিত্ৰ পৰিচালক-প্ৰকৃতিপ্ৰেমী গনেশ দাসৰ নামত  ‘বিশ্ব পৰিৱেশ দিৱস বঁটা’ প্ৰদান কৰা হ’ব বুলি জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই সদৰী কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd