• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 26, 2025 10:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানা চৰকাৰে আই এ এছ বিষয়াৰ কন্যাক ষ্টকিং আৰু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত অধিবক্তা বিকাশ বৰালাক সহকাৰী মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ইতিমধ্যে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে এই বিকাশ বৰালা বিজেপি ৰাজ্যসভাৰ সাংসদ সুভাষ বৰালাৰ পুত্ৰ।

১৮ জুলাইত বিজেপি শাসিত হাৰিয়ানা চৰকাৰে জাৰি কৰা এক অধিসূচনাত ৯৭ টা নতুন নিযুক্তিৰ তালিকা প্ৰকাশ পাইছিল। য’ত বিকাশ বৰালাৰ নাম উল্লেখ আছে।

Apply Now

বৰ্তমান চণ্ডীগড়ৰ আদালতত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱা বিকাশ বৰালা জামিনত মুক্ত। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২ আগষ্টত অনুষ্ঠিত হ’ব।কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ আইনৰ ছাত্ৰ আছিল।

২০১৭ চনৰ ৫ আগষ্টত হাৰিয়ানা কেডাৰৰ তেতিয়াৰ আই এ এছ বিষয়া ভি এছ কুণ্ডুৰ কন্যা বৰ্ণিকা কুণ্ডুৱে বিকাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বৰ্ণিকাই কৈছিল যে ৰাতি চণ্ডীগড়ত ঘৰলৈ উভতি আহোঁতে বিকাশ আৰু তেওঁৰ বন্ধু আশীষ কুমাৰে তাইৰ গাড়ীৰ পিছে পিছে গৈছিল। জোৰকৈ তাইৰ গাড়ীখন ৰখাই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে।

এই অভিযোগৰ ভিত্তিত ছেক্টৰ ২৬ থানাত এফআইআৰ দাখিল কৰা হয়। প্ৰথম অৱস্থাত বিকাশৰ বিৰুদ্ধে ষ্টকিংৰ গোচৰ ৰুজু হৈছিল। পিছত অপহৰণৰ চেষ্টাৰ গোচৰো সংযোজন কৰা হয়। একে বছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল। পিছত দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিকাশ পাঁচ মাহতকৈ অধিক সময় কাৰাগাৰত আছিল। পিছত উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে।

বিকাশ বৰালাৰ নিযুক্তি সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডাই কয় যে, ‘এডভোকেট জেনেৰেলৰ কাৰ্যালয়ত কেৱল যোগ্য লোককহে নিযুক্তি দিব লাগে।

বৰ্ণিকাৰ পিতৃ ভি এছ কুণ্ডুৱে কয়, “তেওঁলোকে কাক নিযুক্তি দিব সেয়া চৰকাৰৰ কাম। গোচৰটো এতিয়াও চলি আছে। কিন্তু এই নিযুক্তি দুৰ্ভাগ্যজনক। সাত বছৰ পাৰ হৈ গ‘ল, বিচাৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই।”

বিকাশ বৰালাৰ পিতৃ সুভাষ বৰালা ২০১৪ চনৰ পৰা ২০২০ চনলৈ হাৰিয়ানা বিজেপিৰ সভাপতি আছিল আৰু বৰ্তমান ৰাজ্যসভাৰ সদস্য। এই সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd